NCD TANT HOUSE

NCD TANT HOUSE NCD TENT (bhadhara stor) bishrampur .all kinds of tent house luggage available here.(contac no -9859738051

18/07/2023
After lock down Ncd tent house's work , contact for any event 9101095415
13/02/2021

After lock down Ncd tent house's work , contact for any event 9101095415

বিগত কিছুদিনবোৰৰ আমাৰ কামৰ ফটো যোগাযোগ কৰিব পাৰিব ফোন ন: ৯১০১০৯৫৪১৫, এক নিৰ্ভৰশীল আৰু সঠিক মানদণ্ডৰে উকৃষ্ট সেৱাৰে
25/05/2019

বিগত কিছুদিনবোৰৰ আমাৰ কামৰ ফটো যোগাযোগ কৰিব পাৰিব ফোন ন: ৯১০১০৯৫৪১৫, এক নিৰ্ভৰশীল আৰু সঠিক মানদণ্ডৰে উকৃষ্ট সেৱাৰে

এইবৰ্ষত আমি (নিবাৰণ আৰু চেতন) লগ হৈ মোটামুটি ভালে সংখ্যক বিহুৰ পেন্দলৰ কাম কৰিছিলো( চেপন, মৰান উষাপুৰত ২খনকৈ, কছুমাৰী ) ...
25/05/2019

এইবৰ্ষত আমি (নিবাৰণ আৰু চেতন) লগ হৈ মোটামুটি ভালে সংখ্যক বিহুৰ পেন্দলৰ কাম কৰিছিলো( চেপন, মৰান উষাপুৰত ২খনকৈ, কছুমাৰী ) ।এইয়া কছুমাৰী কেন্দ্ৰীয় বিহুৰ পেন্দলৰ দৃশ্য, তিনি বাৰ কৈ ধুমুহা অহা শেষত নতুনকৈ পলস দিয়া মাটিৰ বাবে আৰু ধুমুহা তাণ্ডৱ ৰ বাবে ভাঙি পৰিল, বিহু হৈ যোৱা এসপ্তাহৰ পাছত ।NআৰুCয়ে কৰা যথেষ্ট কষ্টৰ ফলত আজি উন্নত মানৰ ব‍্যৱস্থাৰে ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছে । NCD আজি প্ৰায় ছয় বছৰীয়া হল , বহুতো সমস্যাৰ মাজতো আমি ৰাইজৰ লগত থাকি ৰাইজক ভালকৈ সেৱা দিছোঁ । আমি স্থানীয় হোৱা পাছতো ৰাতিয়ে আমাৰ ট্ৰীপাল চুৰি কৰি নিছে তাকো কছুমাৰীত ,যথেষ্ট মনোকষ্ট পাইছোঁ ৰাইজৰ পৰা এনে আশা কৰা নাছিলোঁ ।

বিয়া ,কছুমাৰী,১৭মে, তাৰে কিছু স্নেপ
25/05/2019

বিয়া ,কছুমাৰী,১৭মে, তাৰে কিছু স্নেপ

দেবু দা (সোণাৰী থুকুবিল) , আপোনাৰ বিয়াত লগ পোৱা কেইজনমান বিশিষ্ট ব‍্যক্তিৰ সৈতে
17/05/2019

দেবু দা (সোণাৰী থুকুবিল) , আপোনাৰ বিয়াত লগ পোৱা কেইজনমান বিশিষ্ট ব‍্যক্তিৰ সৈতে

সোণাৰী, মৰান ,কছুমাৰী, ত কৰা এই বছৰৰ বহাগ মাহৰ কামৰ  কিছু ফটো🎊🎐🎈🎀
17/05/2019

সোণাৰী, মৰান ,কছুমাৰী, ত কৰা এই বছৰৰ বহাগ মাহৰ কামৰ কিছু ফটো🎊🎐🎈🎀

Address

Bishrampur
Bishrampur
02

Telephone

+919101095415

Website

Alerts

Be the first to know and let us send you an email when NCD TANT HOUSE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NCD TANT HOUSE:

Share