Bolin Bordoloi's Page

Bolin Bordoloi's Page ❤️ মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছো ❤️

আজি সন্ধিয়া অনুষ্ঠিত অনলাইন ব্যৱসায়ৰ নতুন সকলৰ লগত চিনাকি পৰ্ব । # viral my post  # viral my photo
04/09/2026

আজি সন্ধিয়া অনুষ্ঠিত অনলাইন ব্যৱসায়ৰ নতুন সকলৰ লগত চিনাকি পৰ্ব ।

# viral my post
# viral my photo

আমাৰ অনলাইন ব্যৱসায়ৰ "টিম সপ্তমেক্স'ৰ ছিনিয়ৰ মেনেজাৰ জোতিমণি খাউণ্ড আৰু শশাংক খাউণ্ড ছাৰ । # viral photo  # viral post
04/09/2026

আমাৰ অনলাইন ব্যৱসায়ৰ "টিম সপ্তমেক্স'ৰ ছিনিয়ৰ মেনেজাৰ জোতিমণি খাউণ্ড আৰু শশাংক খাউণ্ড ছাৰ ।

# viral photo
# viral post

আজি সন্ধিয়া মোৰ টিমৰ অসমৰ বিভিন্ন জিলাৰ নতুন সদস্যসকলৰ লগত  চিনাকি আৰু আলোচনা মূহুৰ্ত ।( #)
03/09/2026

আজি সন্ধিয়া মোৰ টিমৰ অসমৰ বিভিন্ন জিলাৰ নতুন সদস্যসকলৰ লগত চিনাকি আৰু আলোচনা মূহুৰ্ত ।

( #)

আজি মই আৰু মোৰ পৰিয়াল গ' লাইন ববিতা বৰাৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁওত খবৰ লবলৈ গৈছিলো । তেওঁৰ আকস্মিক দুৰ্ঘটনাত পতিত হৈ শয...
03/09/2026

আজি মই আৰু মোৰ পৰিয়াল গ' লাইন ববিতা বৰাৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁওত খবৰ লবলৈ গৈছিলো । তেওঁৰ আকস্মিক দুৰ্ঘটনাত পতিত হৈ শয্যাগত হৈ আছিল আৰু বৰ্তমান তেওঁ অলপ সুস্থিৰ হৈছে । তেওঁ শাৰীৰিক আৰোগ্য কামনা কৰিলোঁ মোৰ আৰু টিম সপ্তমেক্স'ৰ তৰফৰ পৰা ।

বাইদেউ গৰাকীৰ নাম চুম্পী কোঁৱৰ । ঘৰ লক্ষীমপুৰ ঢকুৱাখনাত। স্বামীৰ কৰ্মসূত্ৰে থাকে গোগামুখত ।তেখেত এগৰাকী উচ্চশিক্ষিতা মহি...
02/09/2026

বাইদেউ গৰাকীৰ নাম চুম্পী কোঁৱৰ । ঘৰ লক্ষীমপুৰ ঢকুৱাখনাত। স্বামীৰ কৰ্মসূত্ৰে থাকে গোগামুখত ।তেখেত এগৰাকী উচ্চশিক্ষিতা মহিলা। ফেচবুকৰ জৰিয়তে মোৰ সৈতে চিনাকি হৈ অনলাইন ব্যবসায়ৰ বিষয়ে বুজিব পাৰি যোগাযোগ কৰি এচিচন্টেত চোপ্ৰাৰ ভাইছৰ পদ লৈ সুন্দৰ ভাৱে কাম কৰি আছে। লগতে এটা সুন্দৰ উপাৰ্জন পাবলৈ সক্ষম হৈছে। তেখেতে যাতে আৰু উন্নতিৰ পথত আগুৱাই যাব পাৰে তাৰে কামনা কৰিলো।🎉❤️🎉

সন্ধিয়া অনুষ্ঠিত কোম্পানীৰ মিটিংৰ কিছু মুহূৰ্ত্ত অসমৰ বিভিন্ন জিলাৰ ন পুৰণি সদস্যসকলৰ লগত আলোচনা আৰু চিনাকি পৰ্ব। ( #)
02/09/2026

সন্ধিয়া অনুষ্ঠিত কোম্পানীৰ মিটিংৰ কিছু মুহূৰ্ত্ত অসমৰ বিভিন্ন জিলাৰ ন পুৰণি সদস্যসকলৰ লগত
আলোচনা আৰু চিনাকি পৰ্ব।

( #)

আবেলি অনুষ্ঠিত হোৱা কোম্পানীৰ মিটিংৰ কিছু মুহূৰ্ত্ত  ( #)
02/09/2026

আবেলি অনুষ্ঠিত হোৱা কোম্পানীৰ মিটিংৰ কিছু মুহূৰ্ত্ত

( #)

02/09/2026
শুভ দুপৰীয়া সকলোলৈকে । আমাৰ ব্যৱসায়িক আলোচনাৰ বাবে সভাৰ কিছু মুহূৰ্ত্ত ।
02/09/2026

শুভ দুপৰীয়া সকলোলৈকে । আমাৰ ব্যৱসায়িক আলোচনাৰ বাবে সভাৰ কিছু মুহূৰ্ত্ত ।

সন্ধিয়া অনুষ্ঠিত আমাৰ অনলাইন ব্যৱসায়ৰ কিছু আলোচনা মূহুৰ্ত ।
01/09/2026

সন্ধিয়া অনুষ্ঠিত আমাৰ অনলাইন ব্যৱসায়ৰ কিছু আলোচনা মূহুৰ্ত ।

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when Bolin Bordoloi's Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share