New Barnali Book Stall,Mangoldoi Road, Baihata Chariali

New Barnali Book Stall,Mangoldoi Road, Baihata Chariali Reliable Store of Office Stationery items and books

03/03/2023

আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমুহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা যাচিলোঁ লগতে আশা কৰিলো সকলোৱেই যেন ভাল ফলাফল দেখুৱাই ৷

23/02/2023

আজি মোৰ অন্তৰংগ বন্ধু বান্ধৱী কেইজনমানে বিশিষ্ট বাহীবাদক দিপকশৰ্মাৰ বাবে যি দান বৰঙণি তুলিলে তেওলোকক মই ধন্যবাদ দিছো লগতে ময়ো অকনমান সহায় দিলো ৷

23/02/2023

আহি পালে নতুন কালপুৰুষ পন্জিকা ২০২৩ বৰ্ষৰ ৷প্ৰতিখন ৰ লিখা দাম ২৭০ টকা মই দি আছো ২২০ টকাত ৷আহক আহক বৰ্ণালী বুক ষ্টললৈ ৷মংগলদৈ পথত আছে ৷

20/02/2023
20/02/2023

আজিৰ পৰা অনুষ্ঠিত হবলগীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলক নিউ বৰ্ণালী বুক ষ্টলৰ পৰা হিয়াভৰা শুভেচ্ছা জনালোঁ ৷

11/02/2023

Address

Agdala, Baihata Chariali, Mongaldoi Road
Gauhati
781381

Opening Hours

Monday 8am - 8:30pm
Tuesday 8am - 8:30pm
Wednesday 8am - 8:30pm
Thursday 8am - 8:30pm
Saturday 8am - 8:30pm
Sunday 8am - 8:30pm

Telephone

+918638063038

Website

Alerts

Be the first to know and let us send you an email when New Barnali Book Stall,Mangoldoi Road, Baihata Chariali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to New Barnali Book Stall,Mangoldoi Road, Baihata Chariali:

Share