19/05/2023
নীতি আয়োগৰ জৰীপঃ কেন্দ্ৰৰ ৬৬ টা মন্ত্ৰণালয়ৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰণালয়ে পালে দ্বিতীয় স্থান | বিত্তীয় বৰ্ষ ২০২২-২৩ৰ ত্ৰিমাসিক মূল্যায়ন অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ৫ৰ ভিতৰত ৪.৮ নম্বৰ লাভ কৰিছে।