Assam Business Academy

Assam Business Academy আহক আমি সকলোৱে মিলি এখন সুস্থ- সবল স্বাৱলম্বী অসম গঢ়াৰ পথত একেলগে আগুৱাই যাও।

24/05/2026

🔥 ₹10,037 CRORE আছে —
মাত্ৰ 56 জনে Apply কৰিছে!
তুমি এতিয়াও নকৰিলা কিয়?
UNNATI Scheme — India চৰকাৰৰ
সৰ্ববৃহৎ Northeast Investment।

কি পাবা?

💰 Capital Subsidy:
Zone A ত 30% (Max ₹5 Crore)
Zone B ত 50% (Max ₹7.5 Crore)

📉 Interest Subvention:
Loan ৰ Interest 3-5% কম
7 বছৰলৈ!

🔁 GST Incentive:
Zone B ত 100% Return
10 বছৰলৈ!

Eligible হ'বলৈ:
✅ Manufacturing: Min ₹1 Crore
✅ Service: Min ₹50 Lakh
✅ New বা Expanding Business

😱 Shocking Fact:
মাত্ৰ 56 Unit Register কৰিছে!
60% Fund Zone B ৰ বাবে Reserve!

Apply: unnati.dpiit.gov.in
Deadline: ৩০ September 2026
Application Fee: ০ টকা ✅

👇 Comment কৰা 'UNNATI' —
Step-by-Step Guide পঠাম!
🔗 Share কৰা — বন্ধুৰ কামত আহিব!
🔔 Page Follow কৰা!




23/05/2026

Dhupkathi Raw Materials Delivery All Assam Assam Business Academy

20/05/2026

💀 "তোমালোকৰ Business নহয়" — এই এটা কথাই হাজাৰ Assamese Dream শেষ কৰিছে!

কিমানজনে এই কথা শুনিছা? 👇 Comment কৰা।

সত্য কথা — Business তেজত নাথাকে, MIND ত থাকে।
Sivasagar ৰ ২৩ বছৰীয়া Hironmoy এ সেইটো প্ৰমাণ কৰিছে 🏆

তুমিও পাৰিবা। মাত্ৰ Mindset সলনি কৰিব লাগিব।

🔗 Share কৰা তোমাৰ সেই বন্ধুটোক যি Business কৰিব বিচাৰে!

19/05/2026

Trade Licence Kanakoy Bonabo....Ki ki Documents Lagibo...

18/05/2026

Job Mentality এৰাই Business কিয় কৰিব লাগে...How To start Business

05/05/2026

Band Sealer Machine Available Guwahati Assam....Call us- 6002062628 / 6002386737

04/05/2026

Important Details About Agarbatti Raw Materials

28/04/2026

Dhupkathi Empty Packet.... Dhupkathi Business Start koribo Bisarise Jodi Aji-a Rudra Traders Guwahati Logt kotha patok...Call us- 6002386737/6002062628

22/04/2026

🔥 চাকৰিৰ অপেক্ষাত বহি নাথাকিব, নিজৰ ব্যৱসায় আৰম্ভ কৰক! 🔥
মাত্ৰ ₹5000 টকাৰ Minimum Investment-ত ঘৰৰ পৰাই কেনেকৈ Floor Cleaner Business আৰম্ভ কৰিব পাৰি, তাৰ A to Z মই এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। 🚀
কম মূলধনেৰে আৰম্ভ কৰিব পৰা এইটো এটা অন্যতম লাভজনক ব্যৱসায়।
👇 ভিডিঅ'টোত আপুনি শিকিবলৈ পাব:
✅ Product কেনেকৈ বনাব (Making Process)
✅ Raw Materials ক'ত পাব
✅ Local Market-ত কেনেকৈ বিক্ৰী কৰিব
✅ লাভ আৰু লোকচানৰ সম্পূৰ্ণ হিচাপ
যদি আপুনি সঁচাকৈয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰে, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক!
Raw materials আৰু ব্যৱসায়িক Guidance-ৰ বাবে Axom Trading LLP-ৰ লগত যোগাযোগ কৰিব পাৰে:
📲 Call/WhatsApp: +91 7002588336 / 8753988388..

Best quality imported Bamboo Sticks Available 8 inche and 9inche
22/04/2026

Best quality imported Bamboo Sticks Available 8 inche and 9inche

14/04/2026

বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤️🌻🤗

Address

Beltola Bozer Road,Beltola Tiniali
Gauhati
781028

Telephone

+916002062628

Website

Alerts

Be the first to know and let us send you an email when Assam Business Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Business Academy:

Share