11/06/2026
আজিৰ প্ৰতিযোগিতামূলক বজাৰত আপোনাৰ ব্ৰেণ্ডক নকল বা অপব্যৱহাৰৰ পৰা বচাবলৈ Trademark Registration অতি প্ৰয়োজনীয়। ট্ৰেডমাৰ্ক পঞ্জীয়নৰ জৰিয়তে আপুনি নিজৰ ব্ৰেণ্ডৰ ওপৰত আইনী অধিকাৰ লাভ কৰিব পাৰে আৰু সমগ্ৰ ভাৰতবৰ্ষত নিজৰ পৰিচয় সুৰক্ষিত কৰিব পাৰে।
ট্ৰেডমাৰ্ক পঞ্জীয়ন, ব্ৰেণ্ড সুৰক্ষা অথবা যিকোনো পৰামৰ্শৰ বাবে আজিয়েই আমাৰ সৈতে যোগাযোগ কৰক।