13/10/2026
ৰাজ্যিক বক্তৃতা প্ৰতিযোগিতাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ নীলবাগানৰ শ্বাহিম।
মহাম্মদ বৰভূঞাৰ
নীলবাগানৰ সুসন্তান তথা পিএমশ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ পুত্ৰ শ্বাহিম মহাম্মদ বৰভূঞা।