Jagiroad Job Consultancy

Jagiroad Job Consultancy Pan Card Service

07/03/2023


All Morigaon District t Ayushman Bharat t Kam koribor babe 20/25 Jon Lora Suwalir Prayujon ....Qualification:- Matric/H....
14/09/2022

All Morigaon District t Ayushman Bharat t Kam koribor babe 20/25 Jon Lora Suwalir Prayujon ....

Qualification:- Matric/H.S

N.B -( Android Mobile Or Laptop Thaka Hobo Lage )

26/12/2021

অসমৰ প্ৰতিখন জিলাৰ পৰা লোনৰ ডি এছ এ ( ডাইৰেক্ট চেলিং এজেন্ট) বিচৰা হৈছে।

ভাৰত চৰকাৰৰ অধীনত নিধি লিমিটেডত কাম কৰিবৰ বাবে অসমৰ প্ৰত্যেক খন জিলাৰ পৰা ব্ৰান্স/চি এছ পিৰ বাবে আবেদন বিছৰা হৈছে।সুবিধা...
01/06/2021

ভাৰত চৰকাৰৰ অধীনত নিধি লিমিটেডত কাম কৰিবৰ বাবে অসমৰ প্ৰত্যেক খন জিলাৰ পৰা ব্ৰান্স/চি এছ পিৰ বাবে আবেদন বিছৰা হৈছে।
সুবিধা সমুহ তলত উল্লেখ কৰা হ'ল :-
*Savings Account Opening
*Micro finance Loan
*Fixed Deposit
*Daily Collection
*Car loan/ Bike loan
*Business loan
*Personal Loan

উপাৰ্জন:- মাহিলি দৰমহা / কমিচন / টি এ ডি এ সকলো উপলব্ধ।
E-mail :- [email protected]

 #সোনকাল_কৰক। সকলো ফ্ৰি ৩১ মে পিছত ইয়াৰ দাম 3000 টকা হব
21/05/2021

#সোনকাল_কৰক।
সকলো ফ্ৰি ৩১ মে পিছত ইয়াৰ দাম 3000 টকা হব

      #স্পাইচ_মানি_ৰিটেইলাৰ_আইডিঅনুগ্ৰহ কৰি জনাও যে কভিডৰ এই ভয়াবহ সময়ত আপোনালোকৰ বাবে ১ জুনলৈকে সকলো  ID Free  কৰি দি...
15/05/2021




#স্পাইচ_মানি_ৰিটেইলাৰ_আইডি
অনুগ্ৰহ কৰি জনাও যে কভিডৰ এই ভয়াবহ সময়ত আপোনালোকৰ বাবে ১ জুনলৈকে সকলো ID Free কৰি দিয়া গৈছে।
ID সমূহ সম্পূর্ণ বিনামূলীয়া কৈ পাবলৈ WhatsApp কৰক 9401294005




#𝘼𝙀𝙋𝙎

#𝙄𝙣𝙨𝙪𝙧𝙖𝙣𝙘𝙚

 #উপাৰ্জন:-  অনুগ্ৰহ কৰি পঢ়ক উপাৰ্জন কৰক আপোনাৰ নিজৰ ঘৰ/দোকান/হোটেল খনক এটা এটিম লৈ পৰিবৰ্তন কৰি ভাল উপাৰ্জন কৰক। সাধাৰ...
11/05/2021

#উপাৰ্জন:- অনুগ্ৰহ কৰি পঢ়ক উপাৰ্জন কৰক

আপোনাৰ নিজৰ ঘৰ/দোকান/হোটেল খনক এটা এটিম লৈ পৰিবৰ্তন কৰি ভাল উপাৰ্জন কৰক। সাধাৰনতে আমি যিবোৰ মেছিন দোকান /মল/পেট্রোল পাম্প এইবোৰত দেখো সেইবোৰক এম পি অ' এছ (Mpos) মেছিন বুলি কোৱা হয় আৰু সেইবোৰত একো উপাৰ্জন কৰিব নোৱাৰে উলোটাকৈ বেংক ক মাহিলি ফিজ আৰু সদায় ট্ৰেনজেকচন হোৱা পইচাৰ পৰাও ফিজ দিব লগা হয়। কিন্ত এইবোৰ মেচিনত কোনো মাহিলি ফিজ ও নাথাকে বা একো চাৰ্জ নাথাকে আপুনি উলোটাকৈ ১ টকাৰ পৰা ১০ টকালৈ উপাৰ্জন হে কৰিব পাৰে।
সকলো গ্ৰাহকৰ পৰা পইচা ও সংগ্ৰহ কৰিলে সুচুৰাও একো যত নালাগিল উপাৰ্জন ও কৰিলে।

ইয়াৰ বাহিৰেও আপুনি কেনেকৈ এই মেছিনটোৰ পৰা সহজতেই উপাৰ্জন কৰিব তাৰ বাবে সুন্দৰ আৰু সহজ বুদ্ধিটো জানিবলৈ ফোন কৰিব অথবা হোৱাটচএপ্প কৰিব পাৰে@ -৯৪০১২৯৪০০৫(9401294005)
মেইল কৰক :- [email protected]
[email protected]

#সুস্হ_থাকক/ #প্ৰয়োজনীয়_কামত_হে_বাহিৰত_উলাওক
#মাস্ক_ব্যবহাৰ_কৰক
#ডিজিটেল_ভাৰত_ডিজিটেল_উপাৰ্জন

06/05/2021

অসমৰ সকলো জিলাৰ বাবে মাইক্ৰ ফাইনেন্সৰ চি এছ পি বাবে যোগাযোগ কৰিব পাৰে।
ঘৰতে থাকক /সুস্হ থাকি উপাৰ্জন কৰক
9401294005

06/04/2021

Amazon Pay QR Code Installation
গোটেই অসমত কৰিবলৈ 500 ৰ অধিক লৰা ছোৱালী ৰ আবশ্যক
Contact :- 9401294005
নিজৰ ঘৰৰ ওচৰতে বা গোটেই অসমৰ যিকোনো ঠাইতে কৰিব পাৰিব

06/04/2021

জাগীৰোড/বহা/সোনাপুৰ/ঝাৰগাঁও/বৰকুলৈ/দেওশাল/আমলিঘাটত Amazon Pay QR Code installation কৰিবলৈ ৫০ জন লৰাৰ আবশ্যক।

Contact :- 9401294005

14/03/2021

Fastagg ত অসমৰ যিকোনো ঠাইৰ পৰা দহ জন লৰাৰ আবশ্যক।
দৰমহা :- 1০,০০০/-+ ইনচেভটিভ
যোগ্যতা:- মেট্ৰিক পাছ।
যোগাযোগ কৰক :-9401294005

Address

Jagiroad
Jagiroad
782410

Alerts

Be the first to know and let us send you an email when Jagiroad Job Consultancy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jagiroad Job Consultancy:

Share