Mufti Abdul Hoque Foundation

Mufti Abdul Hoque Foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mufti Abdul Hoque Foundation, jogighopa oudubi shalbari Road, Jogighopa.

মুফতি আব্দুল হক ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত শিক্ষা সজাগতা সভা
19/01/2026

মুফতি আব্দুল হক ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত শিক্ষা সজাগতা সভা

দুদিন পিছত পৱিত্ৰ ঈদ । এইবাৰো কৰুণা মহামাৰীৰ বাবে হাহাকাৰ অৱস্থা।প্ৰায় অৰ্দ্ধ লক ডাউন ।বহুতো শ্ৰমিক, বিশেষভাৱে অক্ষম লোক...
11/05/2021

দুদিন পিছত পৱিত্ৰ ঈদ । এইবাৰো কৰুণা মহামাৰীৰ বাবে হাহাকাৰ অৱস্থা।প্ৰায় অৰ্দ্ধ লক ডাউন ।
বহুতো শ্ৰমিক, বিশেষভাৱে অক্ষম লোক সকলৰ পৰিয়ালত হাঁহ নচৰা অৱস্থা ।
পশ্চিম অসমৰ তেনেকুৱা ১২০০ পৰিয়ালক এই কেইদিন খাদ্য সামগ্ৰী সমূহ দি থৈ অহা হৈছে ।
এই টোপোলা সমূহত ১৯ বিধৰ খাদ্য সামগ্ৰী আছে
এই ক্ষেত্রত বিশেষ ভূমিকা লৈছে ফাউণ্ডেশ্যনৰ মুখ্য সঞ্চালক #আমিনুল_হক ।

অসহায় জনতাৰ বাবে আমি আকৌ সাজুঅহাকালিৰ পৰা আৰম্ভ নতুন যাত্ৰা
12/04/2021

অসহায় জনতাৰ বাবে আমি আকৌ সাজু
অহাকালিৰ পৰা আৰম্ভ নতুন যাত্ৰা

11/04/2021

আমি সদায় অসহায় জনতাৰ কাষত আছো লগতে শৈক্ষিক বিপ্লৱ গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিম ।কৰ্মসূচীবোৰ সক্ৰিয় কৰি তোলা হব ।
AMINUL HOQUE

আজি গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত কিছু অসহায় লোকক কম্বল বিতৰণ কৰা হয় ।
10/12/2020

আজি গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত কিছু অসহায় লোকক কম্বল বিতৰণ কৰা হয় ।


যোৱাকালি গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত দুই শতাধিক অসহায় লোকক কম্বল বিতৰণ কৰা হয় ।
06/12/2020

যোৱাকালি গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত দুই শতাধিক অসহায় লোকক কম্বল বিতৰণ কৰা হয় ।


আজি আমিনুল হকৰ উপস্থিতিত গোৱালপাৰাৰ পূৱৰ তিনিটা পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ প্ৰায় ৫০০ পৰিয়ালক কম্বল বিতৰণ কৰা হয় ।
29/11/2020

আজি আমিনুল হকৰ উপস্থিতিত গোৱালপাৰাৰ পূৱৰ তিনিটা পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ প্ৰায় ৫০০ পৰিয়ালক কম্বল বিতৰণ কৰা হয় ।

আজি আমিনুল হকৰ উপস্থিতিত গোৱালপাৰাৰ বলদমাৰী চৰ আৰু শ্ৰী সূৰ্যগীৰি  পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ প্ৰায় ২০০ পৰিয়ালক কম্বল বিতৰ...
27/11/2020

আজি আমিনুল হকৰ উপস্থিতিত গোৱালপাৰাৰ বলদমাৰী চৰ আৰু শ্ৰী সূৰ্যগীৰি
পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ প্ৰায় ২০০ পৰিয়ালক কম্বল বিতৰণ কৰা হয় ।

আমিনুল হকৰ উপস্থিতিত গোৱালপাৰা জিলাৰ ৰাক্ষসীনি, লেৱাবাৰী, হেলাপাখৰী অঞ্চলৰ বিভিন্ন অঞ্চলৰ ২০০ পৰিয়ালক   #কম্বল বিতৰণ  কৰ...
21/11/2020

আমিনুল হকৰ উপস্থিতিত গোৱালপাৰা জিলাৰ ৰাক্ষসীনি, লেৱাবাৰী, হেলাপাখৰী অঞ্চলৰ বিভিন্ন অঞ্চলৰ ২০০ পৰিয়ালক #কম্বল বিতৰণ কৰা হয়


শীতৰ সময়ত অবিৰত ভাৱে সাজু আমি
18/11/2020

শীতৰ সময়ত অবিৰত ভাৱে সাজু আমি

আজি মুখ্য সঞ্চালক আমিনুল হকৰ উপস্থিতিত গোৱালপাৰা জিলাৰ বলদমাৰী চৰৰ গড়াখহনিয়াত গৃহ, ভূমি হেৰুৱাই ময়লাপথাৰত আশ্ৰয় লৈ থকা ১...
17/11/2020

আজি মুখ্য সঞ্চালক আমিনুল হকৰ উপস্থিতিত গোৱালপাৰা জিলাৰ বলদমাৰী চৰৰ গড়াখহনিয়াত গৃহ, ভূমি হেৰুৱাই ময়লাপথাৰত আশ্ৰয় লৈ থকা ১০০ পৰিয়ালক #কম্বল বিতৰণ কৰা হয়


Address

Jogighopa Oudubi Shalbari Road
Jogighopa

Website

Alerts

Be the first to know and let us send you an email when Mufti Abdul Hoque Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share