Jyoti Mushroom Farm.com

Jyoti Mushroom Farm.com mushroom cultivation

01/01/2023

মই হীৰকজ্যোতি দাস.(JYOTI POINT MUSHROOM FARM) mushroom production centre & mushroom training centre)ৰ তৰফৰ পৰা মোৰ বন্ধু-বান্ধৱীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক ইং নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অনাগত দিনবোৰ আপোনাসৱৰ বাবে ৰঙীন আৰু সুন্দৰ হওঁক তাৰে কামনা কৰিলোঁ।
ধন্যবাদ 🙏❤️🙏

30/08/2022

JAY KISAAN, JAY JAWAN🙏🙏

এই বিধ কাঠফুলাৰ নাম হ'ল মিল্কী মাশ্চৰুম(Milky mushroom), ইয়াৰ বৈজ্ঞানিক নাম হ'ল (Calocybe indica),আজি মই বহুতে সুখি যে ...
04/08/2022

এই বিধ কাঠফুলাৰ নাম হ'ল মিল্কী মাশ্চৰুম(Milky mushroom), ইয়াৰ বৈজ্ঞানিক নাম হ'ল (Calocybe indica),আজি মই বহুতে সুখি যে ২০১৯ চনৰ পৰা‌ এইবিধ মাশ্চৰুমৰ খেতি বহু বাৰ কৰি আছিলো কিন্তু সুফল পোৱা নাছিলো, আকৌ ২০২০চনত কৰিছিলো যিমান সুফল পাব লাগিছিলে সিমান নেপালো, কিন্তু আজি ২০২২চনৰ আগষ্ট মাহৰ ৪তাৰিখ আজি মই যথেষ্ট খিনি সুফল পালোঁ আৰু যেন এনেকৈ নতুন নতুন মাশ্চৰুমৰ প্ৰজাতিৰ খেতি কৰি গৈ থাকিব পাৰোঁ। মই ঈশ্বৰৰ ওচৰত শতকৌতি প্ৰনিপাত জনাইছোঁ । 🙏🙏🙏❤️❤️🙏🙏

Dray oyester mushroom available please contact me 🙏🙏
22/05/2022

Dray oyester mushroom available please contact me 🙏🙏

মই হীৰকজ্যোতি দাস.(JYOTI MUSHROOM FARM) mushroom production centre & mushroom training centre)ৰ তৰফৰ পৰা মোৰ বন্ধু-বান্ধ...
14/04/2022

মই হীৰকজ্যোতি দাস.(JYOTI MUSHROOM FARM) mushroom production centre & mushroom training centre)ৰ তৰফৰ পৰা মোৰ বন্ধু-বান্ধৱীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ লগতে অসমীয়া নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অনাগত দিনবোৰ আপোনাসৱৰ বাবে ৰঙীন আৰু সুন্দৰ হওঁক তাৰে কামনা কৰিলোঁ।
ধন্যবাদ 🙏❤️🙏

কাঠফুলাৰ বীজ উৎপাদনকাৰী প্ৰয়োগশালা উদ্বোধন কৰা হয়, স্থান -পূব আগছিয়া ❤️😊❤️
21/03/2022

কাঠফুলাৰ বীজ উৎপাদনকাৰী প্ৰয়োগশালা উদ্বোধন কৰা হয়, স্থান -পূব আগছিয়া ❤️😊❤️

কাঠফুলাৰ বিষয়ে জানো আহক আমি সকলোৱে☺️☺️১/কাঠফুলাত ৯০ শতাংশই পানী থাকে।২/পৃথিৱীৰ প্ৰায় সকলো দেশতেই কাঠফুলাৰ উৎপাদন আৰু ভ...
09/02/2022

কাঠফুলাৰ বিষয়ে জানো আহক আমি সকলোৱে☺️☺️

১/কাঠফুলাত ৯০ শতাংশই পানী থাকে।
২/পৃথিৱীৰ প্ৰায় সকলো দেশতেই কাঠফুলাৰ উৎপাদন আৰু ভক্ষণ কৰা হ'য়।
৩/চীন হৈছে পৃথিৱীৰ আটাইতকৈ অধিক কাঠফুলাৰ উৎপাদনকাৰী দেশ। এই তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই অধিকাৰ কৰিছে। ইয়াত ভাৰতৰ স্থান ১৮।
👉 কাঠফুলাত সকলো উপাদান থকাৰ বাবে SUPERFOOD বুলিও কোৱা হয়।

# কাঠফুলাত প্ৰচুৰ পৰিমাণে প্ৰ'টিন,ভিটামিন-D, খনিজ লৱনৰ উপৰিও এমিন'এচিড পৰ্যাপ্ত পৰিমাণে পোৱা যায়। লগতে তেজ গঠনত সহায়কাৰী ফলিক এচিড (folic acid) আৰু খাদ্যপ্ৰান vitamin B12) কাঠফুলাত পোৱা যায়।
# কাঠফুলাত সৰ্বমুঠ কাবহাইড্ৰেটৰ পৰিমাণ ৪-৫শতাংশ ।
# কাঠফুলাত নিচেই কম পৰিমাণৰ (০.৫)sugar থাকে।
# নগন্য চৰ্বী(০.৩) আৰু কম কেলৰিৰ (৩২কিলʼ কেলৰি/১০০গ্ৰাম সতেজ কাঠফুলাত।
# মেদবহুল লোকৰ বাবে ই উপযুক্ত খাদ্য।

Address

Mirza
CHAYANIBARDUYAR

Telephone

+919365021695

Website

Alerts

Be the first to know and let us send you an email when Jyoti Mushroom Farm.com posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyoti Mushroom Farm.com:

Share