05/03/2026
আপোনালোকে জাননে 3 নম্বৰ মূলাংক অৰ্থাৎ যিসকল ব্যক্তিৰ জন্ম কোনো মাহৰ 3,12,21,30 তাৰিখত হয় তেওঁলোক গুৰু বৃহস্পতিৰ দ্বাৰা পৰিচালিত। এনে ব্যক্তিসকলৰ বিশেষত্ব: সমূহ
1 .Knowledge enthusiastic
2 . জ্ঞানী
3 . আৰামপ্ৰিয়
4 . Supportive and caring
5.সু বক্তা
মূলাংক 3 যিহেতু বৃহস্পতিৰ দ্বাৰা পৰিচালিত সেয়ে জ্ঞানৰ লগত জড়িত দেখা যায়।
কিন্তু মূল্যংকৰ লগতে ভাগ্যংকৰো matching হোৱাটো সফলতাৰ বাবে প্ৰয়োজন । লগতে correct name numerology ও match হব লাগিব ।
আপোনাৰ জীৱনটো মূল্যংক, ভাগ্যংক, শুদ্ধ name numerlogy, আপোনাৰ জন্মৰ কুণ্ডলী ,আপোনাৰ ঘৰখনৰ শুদ্ধ vastu সকলো মিলি থাকিলে হে এটা সুন্দৰ জীৱন পাব পাৰি । সকলো সমস্যাৰ সমাধান পাবৰ বাবে আমাৰ লগত যোগাযোগ কৰক Assam Vastu,Astrology & Numerology