Axom Voice 24

Axom Voice 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom Voice 24, Nalbari.

28/08/2026

ৰাখী বন্ধনৰ উপলক্ষে নলবাৰী জাতীয় বিদ্যালয়ত বিশেষ পৰিবেশ।

28/08/2026

তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰনা দিৱস পালন ৷ তামুলপুৰ জিলা আক্ৰাছুৰ নেতৃত্বত পালন কলা দিৱস।

28/08/2026

বৰক্ষেত্ৰীৰ ন-পাৰা পামত আৰক্ষীৰ অভিযান । আখতাৰ হুছেইন নামৰ এজন যুৱকক আটক ।

27/08/2026

নলবাৰীৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত ৰাজহুৱা হোমযজ্ঞ।

27/08/2026

অশ্ৰুসিক্ত নয়নেৰে বিদায় বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীক। সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বিজিতৰ।

27/08/2026

নলবাৰী থানাৰ চ'কত যানবাহন আৰক্ষীৰ অভিযান । Dysp মৃগাক্ষী দাসৰ নেতৃত্বত অভিযান। হেলমেট নিপিন্ধা বাইক আৰোহীক বিহিলে জৰিমনা ।

27/08/2026

নলবাৰীত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড যুৱকক। নলবাৰীৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। NDPS Act ত দোষী সাব্যস্ত ৰামপুৰৰ সঞ্জীৱ কুমাৰ তালুকদাৰ।

27/08/2026

নলবাৰী চহৰত পুনৰ পথদস্যুৰ সন্ত্ৰাস। শিক্ষয়িত্ৰীৰ চেইন কাঢ়ি পলায়ন পথদস্যুৰ।

27/08/2026

আমিনগাঁওত আছুৰ বৃহৎ প্ৰতিবাদ।

27/08/2026

নলবাৰীত আছুৰ বৃহৎ বিক্ষোভ সমদল । অত্যাবশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ ।

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Axom Voice 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share