ভাগ্যৰ সন্ধানত Bhagyar Xondhanot

ভাগ্যৰ সন্ধানত Bhagyar Xondhanot উপহাৰ কুপন

17/07/2026
31/05/2026

🚨 সাৱধান! সকলো আৰক্ষীৰে নাই চালান কটাৰ অধিকাৰ।
ৰাজপথত হাৰাশাস্তিৰ পৰা বাচিবলৈ মটৰ বাহন আইনৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম জানি লওক। সকলো আৰক্ষী বিষয়া বা কৰ্মচাৰীয়ে ট্ৰেফিক চালান কটিব নোৱাৰে। নিৰ্দিষ্ট ক্ষমতাপ্ৰাপ্ত বিষয়া বা ট্ৰেফিক আৰক্ষীহে আইন অনুসৰি এই দায়িত্ব পালন কৰিব পাৰে।
✔️ চালান কটাৰ পূৰ্বে সংশ্লিষ্ট বিষয়াৰ পৰিচয় জানিবলৈ আপোনাৰ অধিকাৰ আছে।
✔️ ই-চালান বা জৰিমনাৰ ৰচিদ বিচাৰিব পাৰে।
✔️ কোনো অসংগত আচৰণ বা হাৰাশাস্তিৰ সন্মুখীন হ’লে উচ্চ কৰ্তৃপক্ষক অৱগত কৰক।
সচেতন নাগৰিক হওক, নিজৰ অধিকাৰ জানক

Address

Assam
North Lakhimpur
785421

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 9am - 9pm

Telephone

+17636884728

Website

Alerts

Be the first to know and let us send you an email when ভাগ্যৰ সন্ধানত Bhagyar Xondhanot posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ভাগ্যৰ সন্ধানত Bhagyar Xondhanot:

Shortcuts

Share