Hitendra Sarmah Entrepreneurship motivator

Hitendra  Sarmah  Entrepreneurship  motivator National Awardee Entrepreneurship Motivator cm Guest Facult(INDIAN INSTITUTE OF ENTREPRENEURSHIP GUWAHATI, MSME/DI GUWAHATI AND EDII AHMEDABAD)

20/01/2026
20/01/2026

Very happy to attend Handicrafts EDP training at Dhubri as Resource Person on 20 th January,2026

আজি ধুবুৰীত DC Handicraft, Ministry of Textile,Govt of India ,New Delhi উদ্যোগত আৰু Madhapur Handicraft Produccer  Compa...
19/01/2026

আজি ধুবুৰীত DC Handicraft, Ministry of Textile,Govt of India ,New Delhi উদ্যোগত আৰু Madhapur Handicraft Produccer Company Limited,Madhapur ,Nalbari সহযোগত আয়োজিত EDP প্ৰশিক্ষণত সমল ব্যক্তি হিছাপে উপস্থিত থাকি আনন্দিত হ ও । Thanks to A, ভট্টাচাৰ্য্য ,P Bhatta and R Baishya Dev for invitation me

ধুবুৰী চহৰত  পদাৰ্পন, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত সুন্দৰ আৰু স্বচ্ছ পৰিবেশ
19/01/2026

ধুবুৰী চহৰত পদাৰ্পন, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত সুন্দৰ আৰু স্বচ্ছ পৰিবেশ

সাময়িকী।                                               প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ      প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, আজি ৰাতিপুৱাই যি ৰূপ...
19/07/2024

সাময়িকী। প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, আজি ৰাতিপুৱাই যি ৰূপত সুৰ্য দেৱতাই কিৰণ দিছে, যেন সকলো পুৰি শেষ কৰিব। এইফালে লাইনৰ লুকা ভাকু, গছ বৃক্ষৰ লৰ চৰ নাই, ফেনে ঘুৰিবলৈ টান পায়। একমাত্ৰ ডমকলৰ শীতল পানী খিনি ৰ ওপৰতে নিৰ্ভশীল।।গছ বৃক্ষৰ শীতল চা নাইকিয়া হল। এনে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ একমাত্ৰ ঈশ্বৰেহে ৰক্ষা কৰিব লাগিব।

02/07/2024

- মোৰ অনুভৱ ---

হৰি ভজন বিনা সুখ শান্তি নেহি ---- " হৰি ভজন বিনা সুখ শান্তি নেহী ", সাই ভজন বিনা সুখ শান্তি নে হী " । এই সুন্দৰ হিন্দী ভজন তিয়ে সকলোৰে ম ন - প্ৰাণ আকৰ্ষিত কৰে।ভজন, সংকিৰ্তন, নাম জপ, হৰি গুণানুকীৰ্তন আত্ম আনন্দ লাভ কৰাৰ উত্তম উপায়। এই ঘোৰ কলিযুগৰ আমি মানুহে অকল ভোগ বিলা স,পিন্ধা ওৰা, স্তেটাছ মেইন্তাইন কৰতে ব্যস্ত। আমি নিতৌ নোৱাৰিলেও সপ্তাহত যদি এদিন ও হৰি ভজন, নাম কীৰ্ত্তন,নাম জপ আদি কৰি ভগৱানক স্মৰণ কৰিব পাৰোঁ, তাৰ সমান সুখ শান্তি এই জগতত আৰু নাই। ভগৱান শ্ৰী সত্য সাই বাবাই এই ঘোৰ কলি যুগত সকলোকে হৰি নাম কীৰ্ত্তন কৰিবলৈ আহ্বান জনাইছে। সাই ৰাম।

Address

Rangia

Telephone

+919954845569

Website

Alerts

Be the first to know and let us send you an email when Hitendra Sarmah Entrepreneurship motivator posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share