Dihing Brand

Dihing Brand DIHING Brand is a manufacturer & wholesale supplier of products in the agricultural sector in Assam.

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই...
15/01/2024

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

~ দিহিং ব্ৰেণ্ড

01/01/2024

নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ সুখ, শান্তি, সমৃদ্ধি, কঢ়িয়াই আনক আৰু বছৰটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হওক...

সপোনে বাট লওঁক দিঠকৰ দিশে। আশাবোৰে পূৰ্ণতা পাওঁক ।

নতুন হওঁক সংকল্প; উদ্যমী হওঁক মনবোৰ 🌱🌷

তাৰে কামনাৰে ‌,

আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ দিহিং ব্ৰেণ্ডৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো |

~ দিহিং ব্ৰেণ্ড

12/11/2023

Happy Diwali from Dihingbrand

12/11/2023
26/08/2023
এই পৱিত্র ঈদে যেন সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সমৃদ্ধি একতাৰ বার্তা। সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ- Dihing BrandBaniaba...
29/06/2023

এই পৱিত্র ঈদে যেন সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সমৃদ্ধি একতাৰ বার্তা। সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ

- Dihing Brand
Baniabari, Sivasagar

Exciting News! 🚚🏡🌿 Introducing our brand-new Home Delivery Service exclusively for the people of Sivasagar area! 🎉🚀🛒 YES...
12/06/2023

Exciting News! 🚚🏡

🌿 Introducing our brand-new Home Delivery Service exclusively for the people of Sivasagar area! 🎉🚀

🛒 YES, Now you can enjoy the goodness of Dihingbrand's finest products from the comfort of your home.

We're thrilled to announce that our range of Mustard Oil, Groundnut Oil, Turmeric Powder, Black Sesame Oil, and Coconut Oil can be delivered straight to your doorstep.

💯

📲 To place your order or learn more about our Home Delivery Service, contact us at 099542 32673 and 7002344852

15/04/2023

ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওঁক। সকলো অসমবাসী ৰাইজলৈ দিহিং ব্ৰেণ্ডৰ তৰফৰ পৰা ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ।

দিহিং ব্ৰেণ্ড

01/01/2023
31/12/2022

আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ আমাৰ Dihing Brand ৰ তৰফৰ পৰা‌ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো ।

নিৰাশাবোৰ নাইকিয়া হৈ আশাবোৰ পূৰণ হওঁক,
আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক আনন্দ আৰু সুখৰ বতৰা‌ !
তাৰেই কামনাৰে,

দিহিং ব্ৰেণ্ড

আজি শিৱসাগৰ জিলা উপায়ুক্ত‌ (Deputy Commissioner of Sivasagar District) মাননীয় শ্ৰীযুত আদিত্য বিক্ৰম য়াদৱ(Aditya Vikra...
22/10/2022

আজি শিৱসাগৰ জিলা উপায়ুক্ত‌ (Deputy Commissioner of Sivasagar District) মাননীয় শ্ৰীযুত আদিত্য বিক্ৰম য়াদৱ(Aditya Vikram Yadav) দেৱে আনন্দ এগ্ৰি বহুমুখী কৃষক সমিতিৰ সহযোগত গঢ় লৈ উঠা (দিহিং ব্ৰেণ্ডৰ) ফেক্টৰীটো পৰিদৰ্শন কৰে।

তেখেতে আমাৰ এই প্ৰচেষ্টাক সঁহাৰি জনাই বহুমূলীয়া ‌দিহা পৰামৰ্শ দি আমাক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতে আমাক বিভিন্ন দিশত সহায় সহযোগ কৰাৰ আশ্বাস দিয়ে।

আগন্তুক দিনত তেখেতৰ সহায় আৰু সহযোগ একান্তই কাম্য।

ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈ সময় দিয়াৰ বাবে সচাঁকৈয়ে তেখেতৰ ওচৰত আমি কৃতজ্ঞ।

ধন্যবাদেৰে,
দিহিং ব্ৰেণ্ড

বনিয়াবাৰী, শিৱসাগৰ

Address

Sibsagar
785640

Alerts

Be the first to know and let us send you an email when Dihing Brand posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dihing Brand:

Share