আত্মনিভ’ৰ কেন্দ্ৰ -Atmanirbhar Kendra,Teok

  • Home
  • India
  • Teok
  • আত্মনিভ’ৰ কেন্দ্ৰ -Atmanirbhar Kendra,Teok

আত্মনিভ’ৰ কেন্দ্ৰ -Atmanirbhar Kendra,Teok Deals in Vermi Earthworm,Vermi compost,Enriched compost etc (উন্নত মানৰ কেচ?

17/04/2023

ৰঙালী বিহুৰ শুভেচ্ছাৰে.......সকলোকে জৈৱিক খেতি কৰিবলৈ আহবান জনালোঁ৷

কেচুসাৰ টেংকিৰ ওপৰত জাতিলাও খেতি কৰি চাইছো৷শেহতীয়াকৈ হ’লেও ফলাফল চকুত লগা!Horen BoraChao Rituraj Boruah
11/12/2022

কেচুসাৰ টেংকিৰ ওপৰত জাতিলাও খেতি কৰি চাইছো৷শেহতীয়াকৈ হ’লেও ফলাফল চকুত লগা!Horen BoraChao Rituraj Boruah

আজি 14th July 2022 তাৰিখে ONGC যোৰহাটত  কেচুসাৰৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ল৷লগতে কেইবাটাও কেচু টেংকি বনাবলৈ শিকোৱা হ’ল৷ অসম...
14/07/2022

আজি 14th July 2022 তাৰিখে ONGC যোৰহাটত কেচুসাৰৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ল৷লগতে কেইবাটাও কেচু টেংকি বনাবলৈ শিকোৱা হ’ল৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ Dr Sajib Borua ছাৰক ধন্যবাদ জনাইছো৷

আজি কেচু ধৰিছিলোঁ,কাৰোবাক লাগিলে জনাব (আইছ’নিয়া ফ’টিদা জাত)6000396282
03/07/2022

আজি কেচু ধৰিছিলোঁ,কাৰোবাক লাগিলে জনাব (আইছ’নিয়া ফ’টিদা জাত)6000396282

আজি(10.6.2022) নতুনকৈ কেচুসাৰ চলা হৈছে৷দাম :১৫ টকা কেজিত৷ লাগিলে ক’ব 6000396282
10/06/2022

আজি(10.6.2022) নতুনকৈ কেচুসাৰ চলা হৈছে৷দাম :১৫ টকা কেজিত৷ লাগিলে ক’ব 6000396282

সম্পূণ’ জৈৱিক উপায়েৰে আমাৰ কেন্দ্ৰৰ কেচুসাৰ আৰু Enriched সাৰ ব্যৱহাৰ কৰি এইবছৰ তৰমুজ খেতি কৰিছো৷সকলোৱে আশীষ জনাব৷
15/03/2022

সম্পূণ’ জৈৱিক উপায়েৰে আমাৰ কেন্দ্ৰৰ কেচুসাৰ আৰু Enriched সাৰ ব্যৱহাৰ কৰি এইবছৰ তৰমুজ খেতি কৰিছো৷সকলোৱে আশীষ জনাব৷

আজি ২৪ ফেব্ৰুৱাৰী,২০২২ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ কেন্দ্ৰ পৰিদৰ্শন কৰে৷সকলোকে ধন্যবাদ জনাইছো৷
24/02/2022

আজি ২৪ ফেব্ৰুৱাৰী,২০২২ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ কেন্দ্ৰ পৰিদৰ্শন কৰে৷সকলোকে ধন্যবাদ জনাইছো৷

সুদুৰ গোলাঘাটৰ চোঙাজানৰ নিৱাসী দুলাল ফুকন ডাঙৰীয়াই ২০ ফেব্ৰুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰত উপস্থিত হৈ উন্নত কেচুৰ জাত আইছ’নিয়...
21/02/2022

সুদুৰ গোলাঘাটৰ চোঙাজানৰ নিৱাসী দুলাল ফুকন ডাঙৰীয়াই ২০ ফেব্ৰুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰত উপস্থিত হৈ উন্নত কেচুৰ জাত আইছ’নিয়া ফ’টিদা সংগ্ৰহ কৰে৷আমি তেখেতক ধন্যবাদ জনাইছো৷

18/01/2022

উন্নত কেচুৰ জাত আইছ’নিয়া ফ’টিদা আৰু কেচুসাৰ উপলব্ধ৷ কাৰোবাক প্ৰয়োজন হ'লে জনাব 6000396282

নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে Barooah@ Sajib Borua @ Chao Rituraj Boruah
01/01/2022

নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে Barooah@ Sajib Borua @ Chao Rituraj Boruah

Address

Teok

Alerts

Be the first to know and let us send you an email when আত্মনিভ’ৰ কেন্দ্ৰ -Atmanirbhar Kendra,Teok posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to আত্মনিভ’ৰ কেন্দ্ৰ -Atmanirbhar Kendra,Teok:

Share