07/11/2019
বিশ্বাসৰ অন্য এক নাম " হে'ল্ল মিস্ত্ৰী "...
আপোনাৰ সপোনৰ ঘৰটি দিঠকত সাজিবলৈ যোগ্যতা সম্পন্ন, নিপুণ মিস্ত্ৰী (ৰাজ মিস্ত্ৰী, কাঠ মিস্ত্ৰী, চিলিং মিস্ত্ৰী, পাইপ মিস্ত্ৰী, লাইটৰ মিস্ত্ৰী ইত্যাদি) বজাৰ মূল্যত আমি আপোনাক যোগান ধৰিম লগতে উচ্চ মান বিশিষ্ট নিৰ্মাণ সামগ্ৰী যোগান ধৰোতা ৰ সম্পূৰ্ণ ঠিকনা ও লাভ কৰিব |
Contact with us for trained, verified and skilled Mistry to give the shape of your dream house....
We can provide you...trained and verified Mistry at right price.....your satisfaction is our pride...
" হে'ল্ল মিস্ত্ৰী " কিয়? ??
1) আপুনি পাব এজন বিশ্বাসী মিস্ত্ৰী
2) আমাৰ প্ৰতিজন মিস্ত্ৰী নিপুণ, সুদক্ষ, যোগ্য ও প্ৰমানিত
3) মিস্ত্ৰী ৰ কামৰ ওপৰত পাব ৱাৰেন্টি
4) পাচ বছৰ ও অধিক কাম কৰা অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী
5) মিস্ত্ৰী ৰ নামত কোনো চোৰ ডকাইত আপোনাৰ ঘৰত সোমাই আপোনাৰ ক্ষতি কৰিব নোৱাৰে কাৰকাৰন প্ৰতিজন মিস্ত্ৰী চৰকাৰী পঞ্জীয়ন ভুক্ত ও প্ৰমাণিত
6) হে'ল্ল মিস্ত্ৰী ৰ প্ৰতিজন মিস্ত্ৰী এ বুজে আপোনাৰ কষ্টোপাৰ্জিত ধনৰ মূল্য সেয়েহে কেতিয়াও কামত গাফিলতি নকৰে
7) মিস্ত্ৰী ৰ ভূলৰ বাবে হোৱা অসুবিধা মিস্ত্ৰীজনে বিনা পৰিশ্ৰমী ত ধিক কৰি দিয়ে
8) আপোনাৰ কাম সমূহ আপোনাৰ অনুপস্থিত আমাৰ যোগ্য মানুহে তদাৰক কৰে.. .সেয়েহে আপোনাৰ ব্যক্তিগত কামৰ কোনো ক্ষতি নহয়
Why "Hello Mistry" ????
1) you will get a trustworthy mistry
2) you will get trained, skilled and verified mistry
3) you will get limited warranty on the work done by the mistry
4) all our misty having more than Five years work experience in their field.
5) criminal minded persons cannot enter in your home in the name of Mistry as our Mistry are properly verified and registered
6) our Mistry are dedicated to their work and they understand the value of your hard earned money
7) any wrong done by our Mistry shall be rectified without claiming labour charge
8) our supervisor will look after your construction work in your absence and on behalf of you.
Call us: 8720951567, 6002723314(whatsapp)
https://www.facebook.com/hellomistrytezpur/
Hello Mistry is an online home services marketplace which connects home service professionals to the customers. Hello Mistry provides on-demand household service such as CCTV fitting, painter, electrical, plumbing, pest control, carpentry etc