23/05/2020
আমগুৰি অথবা ইয়াৰ উপকন্ঠ অঞ্চলৰ যিকোনো কাৰিকৰী প্ৰশিক্ষণ প্ৰাপ্ত অথবা যিকোনো কামৰ বাবে আগ্ৰহী , বিভিন্ন কৰ্মত দক্ষতাসম্পন্ন অথবা অদক্ষ থলুৱা যুৱক যুৱতীৰ প্ৰয়োজন, ইচ্ছুক সকলে কি কাম কৰিব পাৰে তাক উল্লেখ কৰি মোবাইল নাম্বাৰ টো লিখি দিব আমি যোগাযোগ কৰিম ।