M/S MU Enterprise Satra kanara feder

M/S MU Enterprise Satra kanara feder Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from M/S MU Enterprise Satra kanara feder, Business service, satra kanara, Barpeta.

03/10/2023
03/10/2023

ইয়াৰ দ্বাৰা ১১KV সত্ৰকনৰা ফিডাৰৰ সমূহ গ্ৰাহক সকলক জনোৱা হয় যে Mandia Sub-station control Room ৰ 5MVW Transformer খন বেয়া হৈছে যাৰ বাবে 2.5MW ৰ পৰা লুড দিয়া হৈছে আৰু 2.5MVW ৰ পৰা কেৱল 2MVW বিদ্যুৎ দিব পৰা যাব যদিও দিনৰ ভাগত লোড শেডিং দি চলাব পৰা যাব ।কিন্তু ৰাতিৰ ভাগত বিদ্যুৎ পোৱাৰ সম্ভাবনা অতি ক্ষীণ।

03/10/2023

*MANDIA SUB-STATION CONTROLROOM*

*5MP Transforem beya howar babe 2.5MP Transforem pora load diya hoise karon 2.5MP r pora only 2 MWH line diba pari dinor bagot load shedding di kiba kori 3ta feeder milai chalobo parim kinto rati line powar akha kom pan ne nai *

1. *Mandia feeder load 1.7 MW*

2.*D/pam feeder load 2.00MWH*

3.*S/kanara feeder load 2.8MWH*

Asraful Islam
*Mandia sub-station controlroom*

19/09/2023

BARPETA ELECTRICAL SUB DIVISION

19/03/2023

বৰপেটা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত সন্মানীয় বিদ্যুত উপভোক্তা সকলক জনোৱা হল যে বৰষুণ আৰু ধুমুহাৰ ফলত আপোনালোকৰ আশেপাশে যদি বৈদ্যুতিক তাৰ বা বৈদ্যুতিক খুটা ভাঙি মাটিত পৰি থকা দেখা পাই, তাৎক্ষণিক ভাৱে আপোনালোকৰ ওচৰৰ তলত দিয়া নম্বৰ সমুহৰ লগত যোগাযোগ কৰি খবৰ দি আপোনাৰ লগতে আন মানুহ নাইবা জীৱ জন্তু সকলোকো নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে যেন ।
ধুমুহা বৰষুণ ৰ সময়ত সদায় সাৱধান হওক।

যিকোনো আপদকালীন পৰিস্থিতিৰ সন্মুখীন হলে 1912 ত ফোন কৰক
অথবা আমাৰ বিভাগীয় কনট্ৰল ৰুম তথা complaint নম্বৰত ফোন কৰিব |
সত্ৰকনৰা==9678703897/9365831448/9401925367

M/S MU Enterprise ৰ কৰ্মকৰ্তা সকলে বৰষুণৰ মাজত OUT CONNECTION কৰি আছে।
19/03/2023

M/S MU Enterprise ৰ কৰ্মকৰ্তা সকলে বৰষুণৰ মাজত OUT CONNECTION কৰি আছে।

13/09/2022

১২/৯/২২ ইং তাৰিখে মিলিজুলি খেল পথাৰৰ পশ্চিম ফালে হোৱা ক্ৰিকেট খেলত চুৰি কৰি বিদ্যুত সংযোগ কৰিছিল কিন্তু সেই বিদ্যুত বিছিন্ন কৰাটো ঠিকাদাৰৰ অপৰাধ হল নেকি।

Address

Satra Kanara
Barpeta
781308

Website

Alerts

Be the first to know and let us send you an email when M/S MU Enterprise Satra kanara feder posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share