S.I NET Cafe & Xerox

S.I NET Cafe & Xerox *Air & Railway Ticket Booking,*Digital Photo Print, *Xerox,*Lamination,and many more G2C/B2C services

22/03/2026
"চন্দ্ৰমাৰ পোহৰৰ দৰে আপোনাৰ জীৱনলৈও নামি আহক সুখ আৰু সমৃদ্ধি। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ঈ...
21/03/2026

"চন্দ্ৰমাৰ পোহৰৰ দৰে আপোনাৰ জীৱনলৈও নামি আহক সুখ আৰু সমৃদ্ধি। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ঈদ মুবাৰক!

As per the recent notification received from the Income Tax Department, please note that from April 2026 onwards, additi...
17/03/2026

As per the recent notification received from the Income Tax Department, please note that from April 2026 onwards, additional proof of Date of Birth (DOB) will be mandatory along with Aadhaar for all PAN applications.

The following documents will be accepted as valid DOB proof:

• Birth Certificate
• Voter ID Card
• Matriculation Certificate
• Driving License
• Passport
• Affidavit issued by a Magistrate
• Any other valid government-issued document confirming Date of Birth

IOCL Pipelines Division Recruitment – 537 Apprentice Posts, Online ApplyIndian Oil Corporation Limited (IOCL).Last Date:...
31/08/2025

IOCL Pipelines Division Recruitment – 537 Apprentice Posts, Online Apply

Indian Oil Corporation Limited (IOCL).
Last Date: 18/09/2025.

Indian Oil Corporation Limited (IOCL), Pipelines Division has released a notification for the recruitment of 537 Apprentice Vacancy in various locations of the Pipelines Division across India. Interested and eligible candidates may visit us .

IOCL Pipelines Division Recruitment 2025

More Details Check Comment Box.

More details Contact us.
21/06/2025

More details Contact us.

After Long time.
05/06/2025

After Long time.

Tiny smiles, big joy.❤️
21/04/2024

Tiny smiles, big joy.

❤️

বিনামূলীয়া পঞ্জীয়ন ( Survey) কৰা হয়৷প্ৰয়োজনীয় নথি -1. বিদ্যুৎ বিল আৰু মোবাইল৷For more details, visit S.I NET CAFE and ...
05/03/2024

বিনামূলীয়া পঞ্জীয়ন ( Survey) কৰা হয়৷
প্ৰয়োজনীয় নথি -
1. বিদ্যুৎ বিল আৰু মোবাইল৷

For more details, visit S.I NET CAFE and XEROX at Kayakuchi.

https://maps.app.goo.gl/m4Vrkk5aup3StykB7

https://www.facebook.com/SI.NETCafeANDxerox

দেশৰ কোটি-কোটি জনতালৈ প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনি পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ভাৰতৰ ১ কোটি পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ লক্ষ্যৰে ৰূপায়ন কৰা এখন কেন্দ্ৰীয় আঁচনি। এই আঁচনিয়ে ঘৰৰ ছাঁদৰ ওপৰত সৌৰ বিদ্যুৎ ইউনিট সংস্থাপনৰ পোষকতা কৰিছে চৰকাৰে। ইয়াৰ জৰিয়তে পৰিয়ালসমূহে প্ৰতিমাহে ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ’ব। ২৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে এই অভিলাষী আঁচনিৰ। ইয়াৰ বাবদত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০২১ কোটি টকা।
এই আঁচনিত ২ কিলোৱাট ক্ষমতা পৰ্যন্ত ব্যৱস্থাৰ বাবে সৌৰ ইউনিটত ব্যয়ৰ ৬০% আৰু ২ ৰ পৰা ৩কিলোৱাট ক্ষমতাৰ ব্যৱস্থাৰ বাবে অতিৰিক্ত ব্যৱস্থা ব্যয়ৰ ৪০ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে।

এই অভিলাষী আঁচনিৰ বাবে কোনেসকল লোকে আবেদন কৰিব পাৰিব?

1.আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।
2.সৌৰ পেনেল সংস্থাপনৰ বাবে উপযোগী ছাঁদ থাকিব লাগিব।
3.ঘৰখনত বৈধ বিদ্যুতৰ সংযোগ থাকিব লাগিব।
4.ঘৰখন সৌৰ পেনেলৰ বাবে আন কোনো ৰাজসাহায্য লাভ কৰা হ’ব নালাগিব।

“The family is the first essential cell of human society.”
21/09/2023

“The family is the first essential cell of human society.”

Address

Kayakuchi Bazaar(Banbahar 3 Ali ) Howly Magic Stand
Barpeta
781352

Opening Hours

Monday 8am - 9pm
Tuesday 8am - 9pm
Wednesday 8am - 9pm
Thursday 8am - 9pm
Friday 8am - 11:45am
1:45pm - 9pm
Saturday 8am - 9pm
Sunday 9am - 9pm

Telephone

+917002049884

Website

Alerts

Be the first to know and let us send you an email when S.I NET Cafe & Xerox posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to S.I NET Cafe & Xerox:

Share