03/07/2025
🌿✨ অভিনন্দন ✨🌿
বালাপাৰা গাঁও পঞ্চায়তৰ
🌸 নবনিৰ্বাচিত সভাপতি 🌸
মনোয়াৰা খাতুনক
আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো।
আপোনাৰ নেতৃত্বত অঞ্চলখনৰ উন্নয়ন, স্বচ্ছতা আৰু জনকল্যাণৰ নতুন দিগন্ত মুকলি হ’ব বুলি আশাবাদী।
শ্ৰদ্ধাৰে —
ওৱাজ কুৰুনি