CCF

CCF I Love cooking & Eating �

17/10/2024

"তুলসীৰ তলে তলে মৃগ পহু চৰে। তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে।" কৃষিজীৱি অসমীয়াৰ পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে - অসমবাসীলৈ কাতি বিহুৰ অলেখ শুভেচ্ছা🙏।

বিশিষ্ট সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী অসমীয়া গহনা ডুগডোগী ফাউণ্ডেছনৰ স্বত্বাধিকাৰী শ্ৰী যুত উৎপল বণিয়া দেৱৰ সৈতে, যোৱাকা...
08/07/2024

বিশিষ্ট সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী অসমীয়া গহনা ডুগডোগী ফাউণ্ডেছনৰ স্বত্বাধিকাৰী শ্ৰী যুত উৎপল বণিয়া দেৱৰ সৈতে, যোৱাকালি এক বঁটা প্ৰদান অনুষ্ঠানত।।

07/07/2024
মই যেতিয়াৰ পৰা দোকান আৰম্ভনি কৰিছিলোঁ তেতিয়াৰে পৰা তাই মোৰ দোকানৰ প্ৰায় সদায় গ্ৰাহক আছিল, কিন্তু অলপ দিনৰ আগত তাইৰ প...
22/06/2024

মই যেতিয়াৰ পৰা দোকান আৰম্ভনি কৰিছিলোঁ তেতিয়াৰে পৰা তাই মোৰ দোকানৰ প্ৰায় সদায় গ্ৰাহক আছিল, কিন্তু অলপ দিনৰ আগত তাইৰ পঢ়া শেষ হল, একেবাৰে খোলা মনৰ ছোৱালী, তাই বোলে অহাকালি একেবাৰেই ঘৰত গুছি যাব , সেইকাৰণে আজি তাই এটা স্মৃতি ৰাখিবলৈ মোৰ লগত এখন ফটো উঠিব আহিছে।। সঁচাকৈ ভাল লাগে এনেকোৱা কিছুমান গ্ৰাহক পালে, উৎসাহ বাঢ়ে কাম কৰিবলৈ ।। ভালকৈ থাকিবা ভন্টি আগবাঢ়ি যোৱা ভালকৈ পঢ়িবা ।।

নিজৰ কাম কৰা, চাকৰি আশাত বহি নাথাকিবা।
24/07/2023

নিজৰ কাম কৰা, চাকৰি আশাত বহি নাথাকিবা।

22/07/2023

Shop will remain closed
For Two days
i.e., 23/07/2023 to 24/07/2023
Thank you 🙏🏿

18/06/2023

নমস্কাৰ
জীৱনত কিবা কৰিম কৰিম বুলি ভাবি নাথাকিব সময় বোৰ এনেই গৈ আছে।।
আপোনাৰ মনে যি বিচাৰে তাকে কৰক।।
কিন্তু যি কৰে নিজৰ কৰিব।।
লাগিলে সৰুৱেই হওঁক।।
ধন্যবাদ
জয় আই অসম 🙏

মোৰ দোকানত সদায় ৬/৭ টা মান ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আহে সিহঁতে সদায় মোৰ কাষতে বহি থাকে তাৰে এটাই মই যেতিয়ালৈকে দোকান ব...
02/06/2023

মোৰ দোকানত সদায় ৬/৭ টা মান ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আহে সিহঁতে সদায় মোৰ কাষতে বহি থাকে তাৰে এটাই মই যেতিয়ালৈকে দোকান বন্ধ নকৰোঁ তেতিয়ালৈকে সি ৰৈ থাকিব যেতিয়ালৈকে মই বন্ধ কৰি ঘৰলৈ নাযাও, প্ৰায়ে দিওঁ সিহঁতক খাৱলৈ, এইকেইদিন যিহে উৎকত গৰম পৰিছে গোটেই কেইটাই যেতিয়া আহে মোৰ দোকানত জিভা খন উলাই উলাই বহুত দুখ লাগে সেইকাৰণে অলপ অলপ পানী দিও খাবলৈ।। ৰাস্তাত ঘূৰি ফুৰা কুকুৰ হক বা অন্য জীৱ জন্তু হলেও কেতিয়াও নেখেদিব যদি সিহঁতে বুজিলে হৈ যে পইছা দি বস্তু কিনি খাব পাৰি বুলি তেতিয়া হলে আমাৰ ওচৰত কেতিয়াও নাহিল হৈ, নিজে খালে হয় কিনি।।। যদি আপোনালোকে দিবও নোৱাৰে কেতিয়াও নেখেদিব।।। যি পাৰে সহায় কৰিব ।।
ধন্যবাদ ।
জয় আই অসম 🙏

Address

Guwahati
Chandmari
781003

Opening Hours

Monday 4:30pm - 10pm
Tuesday 4:30pm - 10pm
Wednesday 4:30pm - 10pm
Thursday 4:30pm - 10pm
Friday 4:30pm - 10pm
Saturday 4:30pm - 10pm

Website

Alerts

Be the first to know and let us send you an email when CCF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CCF:

Share