Luit Bazar লুইত বজাৰ

Luit Bazar লুইত বজাৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Luit Bazar লুইত বজাৰ, Business Center, Changsari.

We deals assamese food, meat, traditional food, dry food, various types of rice, pickle, traditional ethnic,wear,bags, jewellery, traditional jewellery, grocery, Assamese brash metal, traditional music instruments, Assamese gamosa etc

02/04/2022
মাঘবিহু উপলক্ষে পাইকানা প্ৰভঞ্জন ক্ৰিকেট ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হোৱা ১৯ তম্‌ প্ৰয়াত ভবেন্দ্ৰ ডেকা সোঁৱৰণী ক্ৰিকেট প্ৰতি...
14/01/2022

মাঘবিহু উপলক্ষে পাইকানা প্ৰভঞ্জন ক্ৰিকেট ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হোৱা ১৯ তম্‌ প্ৰয়াত ভবেন্দ্ৰ ডেকা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ ট্ৰফী দান কৰা হয় ুইত_বজাৰৰ পৰা ৷ আমাৰ অঞ্চলৰ খেলুৱৈ সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰেই লুইত বজাৰৰ এই পদক্ষেপ ৷

মাঘ বিহুৰ প্ৰস্তুতি
10/01/2022

মাঘ বিহুৰ প্ৰস্তুতি

ভোগালীৰ খাদ্য-সম্ভাৰ  #লুইত_বজাৰত ৷সাতবিধ চিৰা, সান্দহ গুৰি, সুগন্ধি জহা চাউল, বৰা চাউল, তিল,ঘৰুৱা মিঠাতেল, ঘৰুৱা মচলা, ...
10/01/2022

ভোগালীৰ খাদ্য-সম্ভাৰ #লুইত_বজাৰত ৷
সাতবিধ চিৰা, সান্দহ গুৰি, সুগন্ধি জহা চাউল, বৰা চাউল, তিল,
ঘৰুৱা মিঠাতেল, ঘৰুৱা মচলা, ঘৰুৱা আচাৰ, পনীৰ
লগতে ছাগলী মাংস, হাঁহৰ কাটা মাংস, লোকেল কুকুৰা, ব্ৰ’ইলাৰ, পাৰ ইত্যাদি ৷
াংস_ঘৰ( লুইত বজাৰ)
পাইকানা চ’ক, মদনপুৰ টোলগেটৰ ওচৰত,
কামৰূপ, অসম,
যোগাযোগ নংঃ ৮৮৭৬০৬২২৪৮/৭০০২৯৮৪১৩১

সকলোৰে ভাল হওক
30/12/2021

সকলোৰে ভাল হওক

হাঁহৰ মাংস খোৱা বতৰ ৷ ৰাইজক হাঁহৰ মাংস খোৱাত সহায় কৰিছোঁ আমি  ুইত_বজাৰৰ    াংস_ঘৰৰ পৰা ৷ আজিৰ দিনটোৰ বাবে বিশেষ ৰেহাইৰ ব...
27/12/2021

হাঁহৰ মাংস খোৱা বতৰ ৷ ৰাইজক হাঁহৰ মাংস খোৱাত সহায় কৰিছোঁ আমি ুইত_বজাৰৰ াংস_ঘৰৰ পৰা ৷
আজিৰ দিনটোৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে ৷
মাত্ৰ ৫০০/- টকা কেজিৰ দৰত হাঁহৰ কাটা মাংস পাব ৷ গোটেই হাঁহটো নিব নালাগে এক কেজি, আধা কেজি, এপোৱা যেনেকুৱা হিচাপে লাগে পাব ৷
ফোন কৰি ল’ব = ৮৬৩৮৯০৩২৯৫
মাংস ঘৰ, পাইকানা চ’ক, কামৰূপ, অসম ৷

পাইকানা চ’কত লুইত বজাৰৰ মাংস ঘৰ
09/12/2021

পাইকানা চ’কত লুইত বজাৰৰ মাংস ঘৰ

 ুইত_বজাৰ পৰিয়ালৰ মৰম বোৰ
12/11/2021

ুইত_বজাৰ পৰিয়ালৰ মৰম বোৰ

Address

Changsari
781101

Alerts

Be the first to know and let us send you an email when Luit Bazar লুইত বজাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Luit Bazar লুইত বজাৰ:

Share