Borah Music Sports & Stationary

Borah Music Sports & Stationary Shop of All types of musical instrumen(Sale & repair),Sports items and Stationery items.

11/09/2024
11/09/2024
Borah Music Sports & Stationery-এ আগন্তুক শাৰদীয় দূৰ্গা পূজা উপলক্ষে সকলো ধৰণৰ বাদ্যযন্ত্ৰ আৰু খেলা-ধূলাৰ সামগ্ৰীত আপোনা...
11/09/2024

Borah Music Sports & Stationery-এ আগন্তুক শাৰদীয় দূৰ্গা পূজা উপলক্ষে সকলো ধৰণৰ বাদ্যযন্ত্ৰ আৰু খেলা-ধূলাৰ সামগ্ৰীত আপোনালোকলৈ আগবঢ়াইছে 10 to 20% Discount in every item. খৰধৰকৈ যোগাযোগ কৰকঃ9954305225 ম’বাইল নম্বৰত৷

অতি সন্তাপেৰে সৈতে ৰাজহুৱা ভাৱে আপোনালোক সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে, সাম্প্ৰতিক বান সমস্যাই কোঙা কৰি পেলোৱা দুৰ্বিসহঃ...
10/07/2024

অতি সন্তাপেৰে সৈতে ৰাজহুৱা ভাৱে আপোনালোক সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে, সাম্প্ৰতিক বান সমস্যাই কোঙা কৰি পেলোৱা দুৰ্বিসহঃ গ্ৰাম্য জীৱনৰ পৰিস্থিতিৰ বাবে ডিমৌ সঙ্গীত কলা কেন্দ্ৰৰ উদ্যোগত আৰু ডিমৌ মহাবিদ্যালয় পৰিৱেশ্য কলা বিভাগৰ সহযোগত আয়োজন কৰা কৰ্মশালাৰ কেৱল “দিহানাম” বিষয়টো (১২~১৩~আৰু ১৪ তাৰিখৰ) সদ্যহতে কলা কেন্দ্ৰৰ পৰিচালনা সমিতিৰ আলোচনা মৰ্মে আৰু প্ৰশিক্ষিকা অমিয়া নেওগ কলিতা বাইদেউৰ অনুমতি সাপেক্ষে স্থগিত কৰা হৈছে৷ পৰৱৰ্তী সময়ত বান পৰিস্থিতি উন্নত হ’লে পুণৰ বিবেচনা কৰা হ’ব৷

বাকী বিষয় সমূহৰ কৰ্মশালা গতানুগতিক ভাৱে ১৫ জুলাইৰ পৰা আৰম্ভ হ’ব৷ইচ্ছুক প্ৰশিক্ষাৰ্থীক কলা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ৷

হেমন্ত কুমাৰ বড়াঃ9954305225
অঞ্জুমণি গগৈ বড়াঃ9365890915

ডিমৌ সঙ্গীত কলা কেন্দ্ৰৰ উদ্যোগত ডিমৌ মহাবিদ্যালয় পৰিৱেশ্য কলা বিভাগৰ সহযোগত অহা ইং ১২ জুলাইৰ পৰা ২৫ জুলাইলৈকে ডিমৌ মহাব...
28/06/2024

ডিমৌ সঙ্গীত কলা কেন্দ্ৰৰ উদ্যোগত ডিমৌ মহাবিদ্যালয় পৰিৱেশ্য কলা বিভাগৰ সহযোগত অহা ইং ১২ জুলাইৰ পৰা ২৫ জুলাইলৈকে ডিমৌ মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে “গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা-২০২৪”ৰ৷। কৰ্মশালাৰ বিষয়সমূহঃ
১/অসমীয়া লোকসংস্কৃতিৰ অন্যতম ধাৰা-দিহানাম৷ প্ৰশিক্ষিকা ঃভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা “দিহানামৰ গুৰু”উপাধি প্ৰাপক অমিয়া নেওগ কলিতা ;

২/অঙ্কীয়া ভাওনা আৰু মাতৃভাষাৰ ভাওনাৰ অভিনয়৷
প্ৰশিক্ষকঃবিদ্যুত বিকাশ বড়া, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ (অভিনয়);

৩/অসমীয়া আধুনিক গীত৷
প্ৰশিক্ষকঃৰণ কোৱঁৰ৷

৪/শাস্ত্ৰীয় সঙ্গীত৷
প্ৰশিক্ষকঃগীতাৰ্থ বড়া

৫/স্পেনিছগীটাৰ৷
প্ৰশিক্ষকঃশান্তনু শইকীয়া আৰু পাৰ্থ প্ৰতিম বড়া৷

সকলোৰে আকুণ্ঠ সহযোগ কামনা কৰিলোঁ৷
ইচ্ছুক প্ৰশিক্ষাৰ্থীক তলৰ ঠিকনাত যোগাযোগ কািবলৈ অনুৰোধ জনালোঁ৷

যোগাযোগৰ ঠিকনাঃ

হেমন্ত কুমাৰ বড়া
9954305225

অঞ্জুমণি গগৈ বড়া
9365890915
ডিমৌ সঙ্গীত কলা কেন্দ্ৰ
মধুপুৰ;ডিমৌ৷

নিৰ্মীয়মান অৱস্থাত নামঘৰৰ ডবা (26")৷ আপোনালোকৰ নামঘৰৰ বাবে প্ৰয়োজন হ’লে খবৰ কৰি অৰ্ডাৰ দিয়ক৷বড়া মিউজিক স্প’ৰ্টছ এণ্ড ষ্ট...
02/05/2024

নিৰ্মীয়মান অৱস্থাত নামঘৰৰ ডবা (26")৷ আপোনালোকৰ নামঘৰৰ বাবে প্ৰয়োজন হ’লে খবৰ কৰি অৰ্ডাৰ দিয়ক৷

বড়া মিউজিক স্প’ৰ্টছ এণ্ড ষ্টেচনাৰীঃডিমৌ শান্তিপুৰ ( ৰাধাকৃষ্ণ মন্দিৰৰ বিপৰীত দিশত)৷ ম’বাইল নম্বৰঃ9954305225

Address

NH 37
Demow

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Sunday 9am - 9pm

Telephone

+919954305225

Website

Alerts

Be the first to know and let us send you an email when Borah Music Sports & Stationary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Borah Music Sports & Stationary:

Share