Papu Neog

Papu Neog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Papu Neog, Business service, Fetagaon, Dergaon.

৩১জানুৱাৰী হ'ব লগা নৃসিংহ মুৰাৰী ভাওনা ভাগি ১৭ ফেব্ৰুৱাৰীত আমাৰ গাঁও ফেটাগাওঁ নামঘৰত প্ৰদৰ্শন কৰা হ'ব। সকলো ৰাইজৰ সহায় ...
30/01/2024

৩১জানুৱাৰী হ'ব লগা নৃসিংহ মুৰাৰী ভাওনা ভাগি ১৭ ফেব্ৰুৱাৰীত আমাৰ গাঁও ফেটাগাওঁ নামঘৰত প্ৰদৰ্শন কৰা হ'ব। সকলো ৰাইজৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিলোঁ।।

আজি তেকেলা বৰুৱা গাঁৱৰ ৰাইজ সহযোগত" উত্তৰণ বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়"  উদ্বোধনী অনুষ্ঠানত আমি মনোজ হাজৰিকা আৰু এই ...
06/08/2023

আজি তেকেলা বৰুৱা গাঁৱৰ ৰাইজ সহযোগত" উত্তৰণ বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়" উদ্বোধনী অনুষ্ঠানত আমি মনোজ হাজৰিকা আৰু এই অভাজন উপস্থিত থাকি নিজকে বহত ভাল লাগিল, লগতে উত্তৰণ বহুমুখী সাংস্কৃতিক মহাবিদ্যালয় বিষয়ববীয়া তথা সমূহ সদস্যক অভিনন্দন জনালোঁ।।

১০০ সংখ্যক মন কী বাত
30/04/2023

১০০ সংখ্যক মন কী বাত

"১০০ সংখ্যক মন কী বাত "কাকডোঙা মণ্ডলৰ আন্তগত পূৱ ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ ৩ নং বুথত মন কী বাত অনুষ্ঠানত কৃষাণ মৰ্চা সভ...
30/04/2023

"১০০ সংখ্যক মন কী বাত "কাকডোঙা মণ্ডলৰ আন্তগত পূৱ ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ ৩ নং বুথত মন কী বাত অনুষ্ঠানত কৃষাণ মৰ্চা সভাপতি মনোজ হাজৰিকা আৰু মই উপস্থিত থাকো। বুথ সভাপতি সীমান্ত হাজৰিকা আৰু সম্পাদক দীপ পাতিৰ নেতৃত্বত মন কী বাত অনুষ্ঠানটো সুন্দৰ হয়।।

04/10/2020
27/09/2020

শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ মৰম আৰু আৰ্শীবাদ।

25/04/2020
25/12/2017

ভাৰত মাতা কি জয়, ভাৰতবৰ্ষক বিশ্ব দৰবাৰত পৰিচিত কৰোৱা বিজেপি প্ৰতিষ্ঠাপক সভাপতি তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,দুৰ্নীতিমুক্ত নতুন ভাৰত গঢ়াৰ সপোনেৰে বিজেপি দলক প্ৰতিষ্ঠা কৰা,ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ ৯৩তম্ জন্মদিনত কাকডোঙা মণ্ডল আৰু জিলা মেডিয়া বিভাগ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা সেৱা জনালো।

আজি বৰুৱাবামুন গাঁও পঞ্চায়ত 3 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ড সদস্য সকলৰ লগত....
04/12/2017

আজি বৰুৱাবামুন গাঁও পঞ্চায়ত 3 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ড সদস্য সকলৰ লগত....

Aji Golaghat sab ka sath sab Ka Bikash meeting......
14/06/2017

Aji Golaghat sab ka sath sab Ka Bikash meeting......

Address

Fetagaon
Dergaon
785614

Telephone

9678074996

Website

Alerts

Be the first to know and let us send you an email when Papu Neog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Papu Neog:

Share