24/10/2024
আগন্তুক দেৱালী উৎসৱত আইন শৃংখলা বৰ্তাই ৰাখিবলৈ মহকুমাধিপতি (সদৰ) নন্দিতা ৰয় গোহাঁইৰ তত্বাৱধানত ৰাজহ চক্ৰৰ বিষয়া সকলক দায়িত্ব অৰ্পণ কৰা হৈছে। ধেমাজি ৰাজহ চক্ৰ এলেকাৰ কাৰণে চক্ৰ বিষয়া মনালী প্ৰসাদ ৰজক, গোগামুখ ৰাজহ চক্ৰ এলেকাৰ কাৰণে চক্ৰ বিষয়া অনামিকা গগৈ আৰু চিচি বড়গাঁও ৰাজহ চক্ৰ এলেকাৰ কাৰণে চিন্ময় নেওগক দায়িত্ব অৰ্পণ কৰা হৈছে।
CMO Assam Himanta Biswa Sarma Ranoj Pegu Pradan Baruah Bhubon Pegu Jogen Mohan Directorate of Information and Public Relations, Assam