PMC Enterprises

26/02/2026
19/02/2026

ববদেউতাৰ কিচু মৰম

11/02/2026
আজি PMC Enterprisesত আমি এক উজ্জ্বল ভবিষ্যতৰ পথত দাঙি ধৰিলোঁ।
11/02/2026

আজি PMC Enterprisesত আমি এক উজ্জ্বল ভবিষ্যতৰ পথত দাঙি ধৰিলোঁ।

11/02/2026

আজি swetha কুকুৰে কামোৰাৰ 2no বেজি। ৰাতিপুৱা আমাৰ উচৰত থকা হস্পিটেল খনৰ সন্মুখত গাড়ী খন ৰখাই নামিবৰ সময়ত হঠাৎ মোৰ সম বৰ্ষৰ মানুহ এজনে ঘপকৈ মাত লগালে, আতৈ,, ভালনে , মানুহ জনক দেখা লগে লগে মনত পৰি গল, এইটো চুন মোৰ বস্পন কা ইয়াৰ, ভোলা। আৰে তই, কি হৈছে তোৰ, হি কলে কাঁহ হৈছে চিৰাপ এটা দেখুৱালে। মই লগে লগে তাৰ হাতৰ পৰা কাগজ খন লৈ তাক মাতি লৈ গলো ডক্টৰ ওচৰলৈ। যি গৰাকী ডক্টাৰে তাক কাঁহৰ দৰপ এটা দি পঠিয়াই দিছিল। ডক্টৰ গৰাকীয়ে তাৰ কাগজ খনত তেজৰ পৰীক্ষা কৰিবলৈ লিখি দিয়াত বুজিব পৰিলোঁ বাইদেউ গৰাকী গাত দুঃখ নাই। বাৰু জিকি নহক, তেজৰ পৰীক্ষা কৰাৰ পাছত উত্তৰ ওলাল ,হেমগ্লবিন, 5.0 তেতিয়া বৰবৰুৱা হস্পিটেললৈ খেকা পৰীক্ষা কৰিবৰ বাবে লিখি দিয়াত মই গাড়ী এখনত মেডেলা তিনিআলিৰ লৈকে ভোলক পথাই দিলো। তাৰ হাতত মোবাইল নাই মোৰ নম্বৰ টো লিখি দি পথালো। এক ঘণ্টা মানৰ পাছত ফোন কৰিলে, বুজিব পৰিলোঁ আজি কাম নহব, কাইলৈ ৰাতিপুৱা তাক অসম মেডিকেল কলেজ ডিব্ৰগড়ৰত এডমিত কৰিব লাগিব। কাৰণ বৰবৰুৱা হস্পতিলত খেকা পৰীক্ষা কৰা কিবা কাৰণত অসুবিধা হৈছে, এতিয়া কথা হল লৰাটোৰ ঘৰত ছোৱালী দুজনী, সৰু সৰু, ডাঙৰ জনী নৱম মানত সৰু জনী নুহুধিলো। সি দিন হজিৰা ঘৰ খন চলাই, মাজে মাজে গা বেয়া হোৱাত দুই এদিন কামলৈ যাব নোৱাৰে, আপুনি এবাৰ পৰিয়াল তুলৈ ভাবি চাওক। হাতত পইচা নাই, মেডিকেলত লগত থাকিবৰ বাবে মানুহ নাই, তেখেতৰ মানুহ গৰাকী বিষয়ে সুধিবলৈ সময় নাপালো। কাইলৈ ভূলা মেডিকেল জাবনে,,,,,,,,,, ভূলাৰ ৱাইফ মেডকেলত ভুলাৰ লগত সাৰথি হৈ থাকিবনে,,,,,,, ছোৱালী কিজনি ঘৰত অকলে থাকিব পাৰিবনে,,,,,,,,,ভোলা যদি মেডিকেল নাযায়,,,,,,,,,,,,কি হব,, আগলৈ জানিবৰ বাবে কমেন্ত, চেয়াৰ, subscribe, কৰক।

Address

Lalmati
Dibrugarh
786007

Website

Alerts

Be the first to know and let us send you an email when PMC Enterprises posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share