Sundar Rajkhowa

Sundar Rajkhowa Happiness never goes out of Style

28/08/2024

্যবাদ_নগাঁও_মীনপালন_সন্থা


নগাঁৱৰ মীন পালন সন্থা বা ব্যৱসায়ী সকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আপোনালোকৰ মাছ নামনি অসম বা উজনি অসমত নিদিয়াৰ সিদ্ধান্ত লোৱাত মই আপোনালোকক মোৰ ফালৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ ।
কিয়নো আপোনালোকৰ কষ্টৰ মূলত আমি ওপৰতে কিছুমান বস্তু খাবলৈ পাই আমি লগতে সকলো প্ৰায় অসমৰ খিলঞ্জীয়া মানুহবিলাক একপ্ৰকাৰৰ নিজক নিজে দা-কুঠাৰ চলাব নজনা অচল বস্তু নিচিনা জীৱন যাপন কৰিছে । এই খিলঞ্জীয়া মানুহখিনিয়ে শিকক আৰু আপোনালোকে শিকাই দিয়ক.......
নিজৰ নহলে আনৰ বস্তুৰ ওপৰত আশা কৰাৰ আশাৰ পৰিণতি কি হব পাৰে।
ধন্যবাদ,
'জয় আই অসম'

আজি আমাৰ ২৫ বছৰ সাংসাৰিক জীৱন অতিক্ৰম কৰিলো👍🙏🙏
27/10/2023

আজি আমাৰ ২৫ বছৰ সাংসাৰিক জীৱন অতিক্ৰম কৰিলো👍🙏🙏

মোৰ বেটী গীতাশ্ৰী
05/10/2023

মোৰ বেটী গীতাশ্ৰী

25/09/2023
আমি আহি পুনৰ অসমত, তিনিচুকীয়াত আজি আমাৰ কাম আছে। আপোনালোকৰ আশীৰ্বাদত ভালেই আছোদেই ৰাইজৰ। আপোনালোকৰ আশীৰ্বাদ আৰু দিহা-পৰ...
15/09/2023

আমি আহি পুনৰ অসমত, তিনিচুকীয়াত আজি আমাৰ কাম আছে। আপোনালোকৰ আশীৰ্বাদত ভালেই আছোদেই ৰাইজৰ। আপোনালোকৰ আশীৰ্বাদ আৰু দিহা-পৰামৰ্শৰ আমাক সকলো সময়তেই অত্যন্ত প্ৰয়োজন হৈ ৰব ।

Address

Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when Sundar Rajkhowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share