BHUT Jolokia cultivation Assam

BHUT Jolokia cultivation Assam Sanjib Chetia
Dibrugarh, Assam
Farmer and SupplierSupplier
Contact.. 8486626620,8638410173,
995431404

Dried king chilli avaiable now .if anybody need to buy message me in inbox
01/07/2020

Dried king chilli avaiable now .if anybody need to buy message me in inbox

05/06/2020
আজি কৃষি সম্পৰ্কে বিশেষ কিছুমান কথা বতৰাৰ কাৰণত ডিব্ৰুগড় জিলাৰ কৃষি বিষয়া কাৰ্য্যলয়লৈ যাওতে কৃষি বিষয়া জনে Babycron নাম...
24/05/2017

আজি কৃষি সম্পৰ্কে বিশেষ কিছুমান কথা বতৰাৰ কাৰণত ডিব্ৰুগড় জিলাৰ কৃষি বিষয়া কাৰ্য্যলয়লৈ যাওতে কৃষি বিষয়া জনে Babycron নামৰ গোমধান প্ৰজাতিৰ এক বিশেষ ধৰণৰ খেতিৰ সম্পৰ্কে মোক জনাইছিল ।অৱশ্যে এইবিধ খেতিৰ সম্পৰ্কে মই জ্ঞাত নহয়।তথাপিও তেওঁলোকে জানিব দিয়ামতে এইবিধ শস্যৰ পৰা হেনো অলপ দামী দামী হোটেল বিলাকত এক বিশেষ ধৰণৰ জুতি (special item ) প্ৰস্তুত কৰা হয় আৰু ইয়াৰ চাহিদাও যথেষ্ট আছে। আমাৰ অস�মত এইবিধ খেতি প্ৰায় কৰা নহয় বুলি কলেও ভুল নহয় আৰু বৰ্হিৰাজ্যৰ পৰাই এইবিধ পাচলি জাতৰ শস্য বিশেষ পদ্ধতি ৰে আমদানি কৰা হয়।আৰু জানিবপৰামতে জিলাৰ কৃষি বিভাগৰ প্ৰচেষ্টাতে এইবিধ খেতি আমাৰ চাবুৱা অঞ্চলৰ কোনোবা এখন গাওঁৱত কেইজনমান খেতিয়কে লগলাগি কৰিছে আৰু বৰ্তমান বিক্ৰী কৰিব পৰা হৈছে ।কিন্ত উপযুক্ত বজাৰৰ সন্ধানৰ অভাৱত ভালকৈ বিক্ৰী কৰিব পৰা নাইৰ। যদি কোনোবা সদাশয় ব্যক্তিয়ে ইয়াৰ marketing ৰ বিষয়ে জানে তেন্তে জনাব।

16/05/2017
যোৱা কেইবছৰৰ তুলনাত এই বছৰ ভোটজলকীয়া উৎপাদনৰ পৰিমাণ যথেষ্ট বেছি যেন অনুমান হৈছে আৰু তাৰ তুলনাত চাহিদাৰ পৰিমাণ বহু কম হৈছ...
16/05/2017

যোৱা কেইবছৰৰ তুলনাত এই বছৰ ভোটজলকীয়া উৎপাদনৰ পৰিমাণ যথেষ্ট বেছি যেন অনুমান হৈছে আৰু তাৰ তুলনাত চাহিদাৰ পৰিমাণ বহু কম হৈছে । গুৱাহাটী ,ন গাওঁ,ডিব্ৰুগড়,যোৰহাট ,লক্ষীমপুৰ বান্দৰদুৱা আদি বজাৰ সমূহৰ লগতে বৰ্হিৰাজ্যৰ ডিমাপুৰ,ইটানগৰ বজাৰ সমূহত চাহিদাৰ তুলনাত ভোটজকীয়া পৰিমাণ যথেষ্ট বেছি ।ফলস্বৰূপে দ্ৰুতহাৰত দামৰ নিম্নগামী হৈছে ।যোৱা দুদিনৰ আগৰ তুলনাত আজি পৰ্যন্ত প্ৰায় পায়কাৰী মূল্য প্ৰায় 280/290 টকাৰ পৰা কমি বৰ্তমানে প্ৰায় 260/270 টকালৈ নিম্নগামী হৈছে।আজি বিভিন্ন বজাৰলৈ supply কৰিবৰ বাবে প্ৰায় 300 kg মান যোগান কৰিছিলোঁ কিন্তু চাহিদাৰ সুচনীয় অৱস্থা আৰু উপযুক্ত বজাৰৰ অভাৱত প্ৰায় 100kg মান ৰৈ গল। কি কৰো ভাবি একো উপায় পোৱা নাই কাৰণ পকা ভোটজলীয়া গছৰ পৰা ছিঙি অনাৰ পাছত দিনটোৰ ভিতৰত supply কৰিব নোৱাৰিলে পিছদিনালৈকে প্ৰায় 50% মান বেয়া হৈ যায়। ভোটজলকীয়া আছাৰ,চিলি চচ্,king chilli powder,dry king chilli আদিৰ দৰে কিবা বিকল্প উপায় কৰিব পৰা হলে supply ক্ষেত্ৰত হোৱা এনেকুৱা লোকচানৰ পৰা যথেষ্ট সকাহ পালো হলে। আৰু জানিব পৰা মতে এনেবোৰ বস্তু উত্তৰপূৰ্বান্চৰ বিভিন্ন ৰাজ্য,ভাৰতবৰ্ষৰ বহুতো ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা আছে।কিন্ত এনেধৰণৰ বিকল্প প্ৰস্তুত কৰাৰ উপযুক্ত জ্ঞান যোগাযোগৰ ব্যৱস্থা আৰু মূলধনৰ অভাৱত এয়া সম্ভৱ কৰি তুলিব পৰা নাই।গতিকে এইধৰণৰ খেতিৰ লগত জড়িত খেতিয়কৰ লগতে ব্যৱসায়ী সকলৰ যদি এনেকুৱা কৃষিজাত দ্ৰব্য সংৰক্ষণৰ বিকল্প জ্ঞান নাথাকে তেন্তে উপযুক্ত মুল্যৰ পৰা বন্সিত হোৱাৰ ওপৰিও ক্ষতিৰ সন্মুখীন হব লগা হয়।এই ক্ষেত্ৰত যদি এনেকুৱা কৃষিজাত উদ্যোগ প্ৰতিষ্ঠানৰ জড়িত কোনোবা সদাশয় ব্যক্তিৰ পৰা কিবা পৰামৰ্শ পাওঁ তেন্তেহ কি�ছু উপকৃত হম।

Supply কাম আৰম্ভ কৰিছো
13/05/2017

Supply কাম আৰম্ভ কৰিছো

29/11/2015

ভোট জলকীয়া পুলি ৰুব বাবে উপযুক্ত সময় ।
উন্নত মানদণ্ড পুলি বাবে ইচ্ছুক খেতিয়কে মোৰ লগত যোগাযোগ কৰিব পাৰে ।

29/11/2015

Asom sorokare krishi bivagor ki ki asoni bortaman soli ase kunu hodakhoy byakti tathya khini dile upokrito hom

10/11/2015

Bhut Jolokia Cultivation Assam. Page khonit Krishi hompake likha mela kori nobo projnmak adhik utkhahito koribo baabe bondhu bandhob hokolok anurudh jonalu

08/11/2015

The bhut jolokia (Assamese: ভোট-জলকীয়া), also known as bih jolokia, u-morok, ghost pepper, red naga, Naga Jolokia, and ghost chili,

Bhut jolokia bishwa bazarot bortaman demand ase ..gotike bhut jolokia khetia bortan ataitkoi lavjok kheti buli bebesito hoise. Oti kom muldhon khotuai adhik artha uparjon koribo pora kheti bhut jolokia ..

Moi nijeu 2010 pora bhut kheti logote byabohay korisu eyar uporiu Dibrugarh Tinsukia bohujon yubokok ai krikhi koribo baabe utthah dise..

Jodi kunu udyugi yuboke ai krikhi logot jorito hob bisare jiman paru hodai hohai kori jam

Address

Dibrugarh

Telephone

8486626620

Website

Alerts

Be the first to know and let us send you an email when BHUT Jolokia cultivation Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share