Bikash's Homemade Pickle

Bikash's Homemade Pickle We are carrying the traditions of the generation and making the pickle for you.....

We are delighted to announce the upcoming launch of “Bikash’s Homemade Pickle”, now presented in premium packaging.We ar...
11/04/2026

We are delighted to announce the upcoming launch of “Bikash’s Homemade Pickle”, now presented in premium packaging.
We are also proud to share our new partnerships with Reliance Smart Bazaar, Amazon, and Flipkart. Our products will soon be available for convenient online purchase through their respective platforms and apps.

Thank you for your continued love and support. We look forward to serving you with the authentic taste of homemade goodness.

Bikash Borah

Some gifts are not wrapped in paper but in pure love. The best gift of my life came from my sweetheart daughter. Thank y...
31/12/2025

Some gifts are not wrapped in paper but in pure love. The best gift of my life came from my sweetheart daughter. Thank you, beti, for making me feel like the richest parent in the world. Forever grateful. 🌸 💖

Bikash Borah

২০২৫ মোৰ জীৱনৰ এক স্মৰণীয় বছৰ হৈ থাকিব। এই বছৰে মোক নতুন আৰম্ভণিৰ সাহস দিলে।মোৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি সপোনক বাস্তৱলৈ লৈ...
31/12/2025

২০২৫ মোৰ জীৱনৰ এক স্মৰণীয় বছৰ হৈ থাকিব। এই বছৰে মোক নতুন আৰম্ভণিৰ সাহস দিলে।মোৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি সপোনক বাস্তৱলৈ লৈ যোৱাৰ পথত প্ৰথম খোজ দিলোঁ। সহজ নাছিল, কিন্তু প্ৰতিটো অসুবিধাই মোক অধিক দায়িত্বশীল আৰু দৃঢ় কৰি তুলিলে।
একেলগে এই বছৰেই আমাক এটা ডাঙৰ শূন্যতা দি গ’ল। অসমৰ আত্মাৰ কণ্ঠ, আমাৰ হৃদয়ৰ গীত, প্ৰিয় জুবিন দাৰ প্ৰস্থান আজিও মানি ল’ব নোৱাৰা এটা সত্য। কিছুমান মানুহ কেতিয়াও নাযায়। তেওঁলোক স্মৃতি, গীত আৰু অনুভৱৰ মাজতে সদায় জীয়াই থাকে।
এই বছৰে আমাক হাঁহি শিকালে, কান্দিবলৈ শিকালে, অপেক্ষা আৰু ধৈৰ্যৰ মূল্য বুজালে। কিছুমান মানুহ হেৰুৱালোঁ, কিছুমান নতুন মানুহ লগ পালোঁ, কিছুমান সপোন ভাঙিল,আৰু কিছুমান নতুন সপোন জন্ম ল’লে।
২০২৫য়ে শিকাই দিলে—জীৱন সদায় নিজৰ ইচ্ছামতে নচলায়, কিন্তু হাৰ নামানি আগবঢ়ি যোৱাই সৰ্বশ্ৰেষ্ঠ উত্তৰ।
নতুন বছৰৰ দিশে আগবঢ়িছোঁ আশাৰে, বিশ্বাসেৰে আৰু ইতিবাচক মনোভাৱেৰে। যি হেৰুৱালোঁ তাক কৃতজ্ঞতাৰে মনত ৰাখি, যি পাম তাক দায়িত্বসহ গ্ৰহণ কৰি—নতুন বছৰটো সকলোৰে জীৱনত সুখ, স্বাস্থ্য, শান্তি আৰু সফলতা আনক।
নতুন বছৰৰ আন্তৰিক শুভেচ্ছা। আগলৈ আগবাঢ়ো, একেলগে। 🌿

Bikash Borah ゚

23/11/2025

আকৌ এবাৰ লিখক।।।


















। । । । ।


Order ready (wholesale pack) ready to fly  (Kolkata)....
12/11/2025

Order ready (wholesale pack) ready to fly (Kolkata)....

21/10/2025

জুবিনদায়ে শিকাই গল প্রথম আমি মানু্হ তাৰ পাছত আমাৰ জাতি - ধৰ্ম।

18/10/2025

Address

CHRING CHAPORI, Santoshi Maa Mandir Road
Dibrugarh
786001

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 9am - 9pm

Website

Alerts

Be the first to know and let us send you an email when Bikash's Homemade Pickle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share