NEI LIVE

NEI LIVE North-East Information Live

11/08/2026

: সমূহ কলিয়াপানী ৰাইজৰ সহযোগত পোহৰ আত্ম সহায়ক গোটৰ উদ্যোগত আয়োজন কৰা হৈছে থিয়েটাৰ। কলিয়াপানী ৰাজহুৱা খেলপথাৰত হব এই থিয়েটাৰৰ প্ৰদৰ্শন ।

10/08/2026

# বানপীড়িত লোকসকলৰ কাষত থিয় দিছে সদৌ অসম হো সমাজ।

সদৌ অসম হো HO সমাজৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক প্ৰাথমিক সমিতিৰ সহযোগত বানপীড়িত লোকসকলৰ মাজত বান সাহায্য বিতৰণ ।

উল্লেখযোগ্য যে সদৌ অসম হো HO সমাজে দীৰ্ঘদিন ধৰি জনজাতীয় সমাজৰ কল্যাণৰ বাবে বিভিন্ন কাম কাজ কৰি আহিছে। এইবাৰ বানপীড়িতৰ দুখত ভাগি ল'বলৈ তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে।

09/08/2026

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড় জিলাৰ উদ্যোগত “শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা–২০২৬”ৰ অধীনত আজি নাহৰকটীয়া পৰিষদ সমিতিৰ সহযোগত বৰবাম বিহু মঞ্চত অনুষ্ঠিত শৈক্ষিক জলপানী বিতৰণ অনুষ্ঠানত ১৯০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ শৈক্ষিক যাত্ৰাত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে চেক বিতৰণ কাৰ্যসূচীত নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে শুভাৰম্ভণি কৰে

এই অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টঙ্কেশ্বৰ সোণোৱাল লগতে বহু কেইজন সমল ব্যক্তি আৰু মেধিবি ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

09/08/2026

নামৰূপ মহাবিদ্যালয়ত কান্ত দত্ত সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান।

08/08/2026

কুঁহি মইনা পাৰিজাতৰ উদ্যোগত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফল সমাপ্তি

07/08/2026

শিৱসাগৰৰ বানপিড়িতৰ কাষত লভলীনা বৰগোঁহাই ।
📌শিৱসাগৰৰ বানপিড়ীতক সাহাৰ্য্য সামগ্ৰী বিতৰণ লাভলীনাৰ ।
📌এই পৰিস্থিতি দেখি দূখ প্ৰকাশ ।
📌মানসিক ভাৱে মানুহখিনি ভাগি পৰিছে এষাৰ মাত দবলৈ আহিছো বুলি মন্তব্য লাভলীনাৰ ।

07/08/2026

।। আমি পোহৰ বিচাৰি যাওঁ ।।
সদৌ অসম মইনা পাৰিজাত কুঁহি মইনা পাৰিজাত

নাহৰণি
জিলা-ডিব্ৰুগড়,অসম।
স্থাপিত: ১৪ নবেম্বৰ ২০২৩ বৰ্ষ

06/08/2026

👉নাজিৰা ভ্ৰমণ হাগ্ৰামা মহিলাৰী ।
👉বিটিচি চৰকাৰ নাজিৰাবাসীৰ লগত আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।
👉বিটিচি কি সৰু বুলি ভাবিছ নি?
👉আমিও সাহাৰ্য দিম বুলি তেওঁ উল্লেখ কৰে ।

শিৱসাগৰত বৰ্তমান তিনিটা মেচিনৰ সহায়ত প্ৰতি মিনিটত ৬৫,০০০ লিটাৰ পানী নিষ্কাষিত হৈ আছে।মৰিদিলিহ শ্লুইচ গেটত চলি থকা পানী ...
06/08/2026

শিৱসাগৰত বৰ্তমান তিনিটা মেচিনৰ সহায়ত প্ৰতি মিনিটত ৬৫,০০০ লিটাৰ পানী নিষ্কাষিত হৈ আছে।

মৰিদিলিহ শ্লুইচ গেটত চলি থকা পানী নিষ্কাশন প্ৰক্ৰিয়া অধিক পানী নিষ্কাশনৰ বাবে আৰু মেচিন স্থাপনৰ ব্যৱস্থা কৰা হৈছে৷

এই মেচিন স্থাপন হ'লে প্ৰতি মিনিটত ১ লাখ লিটাৰ পানী নিষ্কাষিত হ'ব।

শিৱসাগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে পানী নিষ্কাশনৰ গতি অধিক তৰান্বিত কৰাৰ বাবে ONGC Limited-আৰু জলসম্পদ বিভাগৰ বিভিন্ন মেচিনাৰিৰ সহায়ত কাম অব্যাহত ৰাখিছে৷

Address

Duliajan
786602

Telephone

+918134044274

Alerts

Be the first to know and let us send you an email when NEI LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEI LIVE:

Shortcuts

Share