Rupam Rabha

Rupam Rabha Crowd1 is an established online networking and marketing company with intentions of giving members

05/05/2023

আছল চৰিত্ৰ

জনজাতি আজি সুৰক্ষিত নহয় মণিপুৰত প্ৰমাণ কৰি দিলে ! যোদি মণিপুৰত জনজাতি ৰ সুৰক্ষিত নহয় অসমত জনজাতি ৰ কেনেকৈ হৱ । আৰু আমি...
05/05/2023

জনজাতি আজি সুৰক্ষিত নহয় মণিপুৰত প্ৰমাণ কৰি দিলে ! যোদি মণিপুৰত জনজাতি ৰ সুৰক্ষিত নহয় অসমত জনজাতি ৰ কেনেকৈ হৱ । আৰু আমি ৰাভা জনজাতি অকল কামৰূপ গ্রাম্য আৰু গোৱালপাৰা জিলাত ৰাভা জনজাতি সৰ্বাধিক আছো বাবে সংৰক্ষিত বুলি নাভাবিবো কাৰন চাৰি খন ঠেং খোৱা জন্তু হেচি হেচি আহি গৈ আছে বৰ্তমান বিজয়নগৰ, ছয়গাও , কৃষ্ণানাই, বলবলা আদি আমি মিঞাৰ হাতত দিলো আৰু বোকো, ধূপধৰা, দূধনৈ অঞ্চল আধা মিঞা আৰু অন্য হাতত গল এতিয়াও সময় আছে সময় থাকতে জনজাতি বোৰ বুজি পোৱাটো ভাল। ২০২৪-২৫ মণিপুৰ দৰে হলে জনজাতি ৰক্ষা নাই ।

ভাৰতীয় জনতা পার্টি ৰ ৩৬ নং বিধান সভাৰ প্ৰাক্তন বিধায়ক শ্রী দীপক কুমাৰ ৰাভাৰ আজি বিবাহ বাৰ্ষিক ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপ...
28/04/2023

ভাৰতীয় জনতা পার্টি ৰ ৩৬ নং বিধান সভাৰ প্ৰাক্তন বিধায়ক শ্রী দীপক কুমাৰ ৰাভাৰ আজি বিবাহ বাৰ্ষিক ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ।
𝙃𝙖𝙥𝙥𝙮 𝙖𝙣𝙣𝙞𝙫𝙚𝙧𝙨𝙖𝙧𝙮 ❤

শ্বহীদ প্ৰনামো তোমাক  #ৰাভা জাতীয় শ্বহীদ দিৱসত #  #বীৰ শ্বহীদ সকলোলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ #
23/04/2023

শ্বহীদ প্ৰনামো তোমাক
#ৰাভা জাতীয় শ্বহীদ দিৱসত #
#বীৰ শ্বহীদ সকলোলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ #

দৰংগিৰি আঞ্চলিক সমনয় ৰাভা কৃৃষ্টি দ'ল কিছু দৃশ্য
23/04/2023

দৰংগিৰি আঞ্চলিক সমনয় ৰাভা কৃৃষ্টি দ'ল কিছু দৃশ্য

প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই আজিকালি প্ৰায়ে জনসাধাৰণক নীতি-বচন দিবলৈ আৰম্ভ কৰিছে; শুভ লক্ষণ।
05/03/2023

প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই আজিকালি প্ৰায়ে জনসাধাৰণক নীতি-বচন দিবলৈ আৰম্ভ কৰিছে; শুভ লক্ষণ।

06/09/2022

ভাৰত মাতা কী জয় 🇮🇳
page plz like 👍

21/05/2022
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পূৰ্বৰ গোৱাল পাৰা জিলাৰ  সংযোজক ভাৰতীয় জনতা যুৱ মৰ্চা গোৱাল পাৰা জিলাৰ নৱ নিযুক্তি সভাপতি প...
26/11/2021

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পূৰ্বৰ গোৱাল পাৰা জিলাৰ সংযোজক ভাৰতীয় জনতা যুৱ মৰ্চা গোৱাল পাৰা জিলাৰ নৱ নিযুক্তি সভাপতি পবিত্ৰ ৰাভা ডাঙৰীয়কা বহুত বহুত অভিনন্দন জনালোঁ ।

Address

Goalpara

Telephone

+918822655122

Website

Alerts

Be the first to know and let us send you an email when Rupam Rabha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rupam Rabha:

Share