Parags FinDemy

Parags FinDemy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Parags FinDemy, Financial Consultant, Hawajan gohpur Road, Gohpur.

সহজ অসমীয়াত Stock Market & Mutual Fund শিকাওঁ। অসমীয়া মানুহৰ Financial Planning কৰো।
Beginners ৰ বাবে Step-by-Step Investing Guidance!
অসমৰ Most Trusted Wealth guide !

২০২৬ চনত আপোনাৰ বাবে শ্ৰেষ্ঠ মিউচুৱেল ফাণ্ড (Mutual Fund) কোনটা? 🤔উপযুক্ত ফাণ্ড সেইটোহে যিটোত ইতিমধ্যে ইনভেষ্ট কৰি আছে আ...
27/08/2026

২০২৬ চনত আপোনাৰ বাবে শ্ৰেষ্ঠ মিউচুৱেল ফাণ্ড (Mutual Fund) কোনটা? 🤔
উপযুক্ত ফাণ্ড সেইটোহে যিটোত ইতিমধ্যে ইনভেষ্ট কৰি আছে আৰু যদি সেইটো তে আপুনি আটাইতকৈ বেছি সময়ৰ বাবে invest কৰে।
দীৰ্ঘম্যাদী সময়ৰ বাবে বিনিয়োগ কৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰক! 📈💰

23/08/2026

তেজপুৰ ৰ Darika Hospital ত যোৱা 4 দিন ধৰি admit হৈ আছিলোঁ, Acute Severe Stomach pain আহিছিল, Stomach ত এটা বেক্টেৰিয়া infection আছিল আৰু এটা surgery ও কৰা হয়। 1 লাখ 70 হাজাৰ মানৰ বিল আমি এক টকাও দিব লগা হোৱা নাই, সকলো Start Health Insurance company এ payment কৰিছে, সেইবাবেই সকলোকে কও Star Health is a good Company আৰু সকলো মানুহেই Health Insurance কৰিব লাগে।
Star Health ত যদি আপোনাৰ Health insurance কৰিব বিচাৰে তেনেহলে Whatsaap কৰিব 086380 35007

20/08/2026

FD/ Mutual Fund/ Stock/ Loan লৈ মাটি কিনি EMI দিব, কোনটো কৰিলে আপোনাৰ আটাইতকৈ লাভ হব?

19/08/2026

💰 মাহত ₹15,000 — ক’ত Invest কৰিব?

FD/ Gold/ Mutual Fund/ Stock নে Land EMI? 🤔
কত বেছি লাভ হব পাৰে?
👉 আপোনাৰ বাবে কোনটো BEST? এই ভিডিঅ’টো চাওক! 📈

18/08/2026

মাত্ৰ 92 হাজাৰ টকা 7 বছৰত 4 লাখ 10 হাজাৰ হৈছে !
How Money Grows in Mutual Funds!

17/08/2026

SIP ত কিমান হব পাৰে Profit?
10 বছৰত 500% সম্ভৱ নে ?

আপোনাৰ Financial কথা বতৰা ৰ বাবে Whatsaap কৰিব 086380 35007

16/08/2026

Stock Market Safe Investment?

15/08/2026

SIP কেনেকৈ কৰে? এই প্ৰশ্ন তেওঁ Comment ত আহিছিল বাবে video টো আগবঢ়ালোঁ।
আপোনাৰ মনটো যদি কিবা প্ৰশ্ন আছে বা জানিবলৈ মন আছে, Comment ত লিখিব।

13/08/2026

3 বছৰ মান হল SIP কৰা, কিন্তু return পোৱা নাই কিয়?

Whatsapp 086380 35007

কেতিয়াবা ভাব হয়, ইমান কৈ চিঞৰি মানুহক Financial Awerness দি থাকি নো কি হব, কিন্তু এনে ধৰনৰ সহাঁৰি য়েই ভাগৰি পৰিলেও পুন...
13/08/2026

কেতিয়াবা ভাব হয়, ইমান কৈ চিঞৰি মানুহক Financial Awerness দি থাকি নো কি হব, কিন্তু এনে ধৰনৰ সহাঁৰি য়েই ভাগৰি পৰিলেও পুনৰ মানুহৰ বাবে কাম কৰিবলৈ উৎসাহ দিয়ে ।

Address

Hawajan Gohpur Road
Gohpur
784169

Alerts

Be the first to know and let us send you an email when Parags FinDemy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Parags FinDemy:

Shortcuts

Share