17/07/2026
কমাৰবন্ধা তথা পূৱ গোলাঘাটবাসী ৰাইজৰ বাবে এটা অনুৰুধ, আমি বহু প্ৰচেষ্টাৰ ফলত কমাৰবন্ধাৰ পৰা গুৱাহাটীলৈ নামবৰ বাছ সেৱা আগবঢ়াবলৈ কমাৰবন্ধাত এটি টিকত কাউণ্টাৰ আনিবলৈ সক্ষম হৈছোঁ, যাৰ বাবে আমি তেওঁলোকৰ লগত কিছুমান চুক্তি কৰিবলৈ বাধ্য হৈছোঁ, যেনে বাছ পৰিচালক সদস্য সকলক প্ৰয়োজনীয় সকলোঁ সুবিধা প্ৰদান কৰা, তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰা, বাছ ধুবলৈ পানী যোগান ধৰা ইত্যাদি, এই সকলোবোৰ সুবিধা প্ৰদান কৰা বাবে আমাৰ যথেষ্ঠ খৰচ হয়, সেয়েহে ৰাইজলৈ এটি অনুৰুধ অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ টিকট তো আমাৰ পৰা বুকিং কৰে যেন, আমাৰ যোগাযোগ নম্বৰ 9864112610, 9395912114,( বি: দ্ৰ: ৰাতিপুৱা ৫.৩০ বজাত যোৱা যাত্ৰী সকলৰ বাবে আমাৰ ফালৰ পৰা জলপানি বিনামূল্যে গ্ৰহণ কৰিব পাৰিব ।)