11/06/2026
অনলাইন লটাৰী টিকট কিনা সকলে সাবধান হওক I এচাম প্ৰবঞ্চকে বহুত দিন আগৰ পৰা নতুন নতুন পেজ খুলি আজিৰ খেল আজিৰ খেল কৈ গ্ৰাহকক ভূৱা টিকটেৰে ঠগি আহিছে I আজি যদি যোৰহাট ত খেল অহা কালি বৰপেটা, নলবাৰী, গোলাঘাট লখিমপুৰ সদায় ভুৱা খেল প্ৰচাৰ কৰি ৰাইজক ঠগি ধন ঘটি আছে আৰু ভুবা ফলাফল দি পুৰস্কাৰ পোৱা নামত টকা লৈছে। গতিকে সদায় টিকট লোৱাৰ আগত পেজ খন পৰীক্ষা কৰক আৰু চিনাকি ব্যক্তিৰ পৰা হে টিকট সংগ্ৰহ কৰিব । ফেচবুক ত বিজ্ঞাপন দেখি ভুল নাযাব ।