06/08/2021
hello guys
শিৱসাগৰৰ ডিমৌ নামৰ ঠাই খনত নতুনকৈ এটা DTDC franchise খোলা হৈছে আৰু এই franchise যোগেদি দেশ বিদেশ যিকোনো ঠাইলৈ আপোনালোকে যিকোনো বস্ত Courier কৰি পঠাব পাৰিব। Booking service সমন্ধীয় বিষয়ে জানিবলৈ আপোনালোকে Contact কৰিব পাৰে,
ধন্যবাদ।