S S D Laboratory

S S D Laboratory Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from S S D Laboratory, Business service, Hojai.

04/03/2026
06/11/2025

*বয়স বঢ়াৰ লগে লগে ২টা বস্তু পৰীক্ষা কৰিব-*
১) ব্লাড প্ৰেছাৰ
২) ব্লাড চুগাৰ

*চাৰিটা বস্তু সম্পূৰ্ণৰূপে পাহৰি যাওঁক*
১/ বয়স বঢ়াৰ বাবে চিন্তা
২/ অতীত লৈ সদায় অনুশোচনা কৰা
৩/সদায় দুখত উদাস হৈ থকা
৪/ মানসিক উদ্বেগ

*যিমান পাৰে পাঁচটা বস্তু খোৱাৰ পৰা বিৰত থাকক বা কম খাওঁক*
১/নিমখ
২/ চেনি
৩/অতিৰিক্ত চৰ্বি জাতীয় খাদ্য
৪/অতিৰিক্ত ভজা বস্তুৰ খাদ্য
৫/ বাহিৰৰ কিনা খাদ্য বা প্ৰচেছড ফুড

*খাদ্যত পাঁচটা বস্তু যিমান পাৰে বঢ়াওক*
১/সকলো প্ৰকাৰৰ সেইজীয়া শাক-পাচলি
২/সকলো ধৰণৰ সেইজীয়া সবজি
৩/ফলমূল
৪/ বাদাম
৫/ প্ৰোটিন জাতীয় খাদ্য

*মানসিক সুখ-শান্তি পাবলৈ ৭টা বস্তু সদায় লগত ৰাখিবা-*
১/ এজন ভাল বন্ধু
২/পৰিয়াল*
৩/ভাল চিন্তা
৪/ এখন সুৰক্ষিত ঘৰ
৫/ অলপতে সুখী হবলৈ চেষ্টা
৬/ অত্যাধিক টকাৰ চিন্তাৰ পৰা নিজক আঁতৰাই ৰখা
৭/ অলপ সময় আধ্যাত্মিক সাধনাত বা
সৎসংগত দিয়া

*৬টা বস্তুৰ অভ্যাস কৰক-*
১/ অহংকাৰ নকৰা
২/সকলোৰে লগত হাঁহি মাতি কথা পতা
৩/মানুহৰ লগত ভাল ব্যৱহাৰ কৰা
৪/নিয়মিত শৰীৰ চৰ্চা কৰা , অলপ সময়
নিয়মিত খোজকঢ়াটো
৫/ শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখা
৬/সৰল আৰু সৎ জীৱন যাপন

*৬টা বস্তু এৰাই চলক-*
১/ লোভ
২/এলাহ
৩/ঘৃণা
৪/সময়ৰ অপচয়
৫/পৰচৰ্চা , পৰনিন্দা
৬/ যিকোনো ধৰণৰ নিচা বা আসক্তি
(সংগৃহীত)

S.S.D LABORATORY  ত  HOME  COLLECTION ৰ  ব্যৱস্থা কৰা হৈছে ৷ আপোনালোকৰ ঘৰৰ পৰা তেজ আনি ইয়াত TEST  কৰা হব৷সকলো ধৰণৰ  BLOO...
15/03/2024

S.S.D LABORATORY
ত HOME COLLECTION ৰ ব্যৱস্থা কৰা হৈছে ৷ আপোনালোকৰ ঘৰৰ পৰা তেজ আনি ইয়াত TEST কৰা হব৷
সকলো ধৰণৰ BLOOD TEST ইয়াত কৰা হয় ৷
যোগাযোগ কৰিবৰ বাবে-
8638174632 / 7002029750

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when S S D Laboratory posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share