Sukamoni TENT HOUSE

Sukamoni TENT HOUSE For any kind of party, marriage ceremony, reception, function please contact☎️📞
🎪9365894484😍🙏

আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা।             আপোনালোক সকলোকে আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে.....               ...
17/09/2025

আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা।
আপোনালোক সকলোকে আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে.....

।। জয় বিশ্বকৰ্মা।।

৭৯ বছৰীয়া স্বাধীনতা দিৱসৰ আজিৰ এই স্মৰণীয় ক্ষণত প্ৰতিজন ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা..
15/08/2025

৭৯ বছৰীয়া স্বাধীনতা দিৱসৰ আজিৰ এই স্মৰণীয় ক্ষণত প্ৰতিজন ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা..

05/08/2025
অসমীয়াৰ আৱেগ হিঁয়াৰআমঠু বাপোতিসাহোন ব'হাগ | এফালে স্নিগ্ধ কোমল কপৌপাহিত ভোমোৰাৰ মৃদু গুঞ্জন আনফালে ঢোল,পেঁপা, গগণাৰ  মাত...
13/04/2024

অসমীয়াৰ আৱেগ হিঁয়াৰআমঠু বাপোতিসাহোন ব'হাগ | এফালে স্নিগ্ধ কোমল কপৌপাহিত ভোমোৰাৰ মৃদু গুঞ্জন আনফালে ঢোল,পেঁপা, গগণাৰ মাতত চৌদিশে আলোড়ন | তাৰ মাজতে মাকোৰ খিটখিটনি,গৰকাৰ দপদপনি, ঢেকীৰ চাবত কঁপিছে প্ৰতিখন গাঁৱৰ চুবুৰী...এয়াই যেন ব'হাগ |এই সুখৰ এনাজৰীৰে প্ৰাণ পাই উঠক আপোনাৰ জীৱন | আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো |

For any kind of party, marriage ceremony, reception, function please contact☎️📞
🎪9365894484😍🙏

Address

Natun Hatiamukh Road Near Gova M. E School
Jagiroad
782411

Website

Alerts

Be the first to know and let us send you an email when Sukamoni TENT HOUSE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share