16/07/2026
📢 **গুৰুত্বপূৰ্ণ জাননী – (Bornaliz) বৰ্ণালিজ প্ৰাইভেট লিমিটেড**
সকলো সন্মানীয় গ্ৰাহকলৈ জনোৱা হৈছে যে আমাৰ এজন পূৰ্বৰ কৰ্মচাৰী "উত্তম মণ্ডল"(UTTAM MANDAL)এতিয়া Bornaliz ৰ সৈতে কোনো ধৰণে জড়িত নহয়।তেওঁ অফিচৰ বৃত্তিয় খেলিমেলি ,গ্ৰাহকৰ দুৰ্ব্যৱহাৰ আৰু অফিচৰ ডাটা চুৰি ইত্যাদি অনিয়ম সংঘটিত কৰাৰ অভিযোগত তেখেতক কামৰ পৰা নিলম্বন কৰা হল।তেখেতে আমাৰ পৰা চুৰি কৰি নিয়া ডাটা ব্যৱহাৰ কৰি নিজে ৰাধা কমিউনিকেচন(RADHA COMMUNICATION )নামত এটা অনুষ্ঠান খোলে
এনে fraud লোকৰ লগত যোগাযোগ কৰোঁতে সাৱধান হওক।সেইবাবে, সকলো গ্ৰাহকক অনুৰোধ জনোৱা হৈছে যে কোনো ব্যক্তিগত লোকৰ হাতত নগদ ধন বা অনলাইন পেমেণ্ট নিদিব। সকলো ধৰণৰ পেমেণ্ট কেৱল আমাৰ অফিচত বা কোম্পানীৰ অনুমোদিত একাউণ্টতহে কৰক আৰু প্ৰতিটো লেনদেনৰ অনলাইন ৰচিদ সংগ্ৰহ কৰক।কোনো অননুমোদিত ব্যক্তি বা পূৰ্বৰ কৰ্মচাৰীক ব্যক্তিগতভাৱে দিয়া ধনৰ বাবে কোম্পানী দায়বদ্ধ নহ'ব।যিকোনো সহায়ৰ বাবে অনুগ্ৰহ কৰি আমাৰ অফিচত যোগাযোগ কৰক।আপোনালোকৰ আস্থা আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ।
Bornaliz credit Health Advisory services
9577492654/9706242422
📍 মিঠাপুখুৰী, যোৰহাট
🌐 "www.bcredit.co.in" (http://www.bcredit.co.in)