বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজ

বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজ বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজ

বানাক্ৰান্ত ৰাইজৰ কাষত বৃহত্তৰ বৈঠালাংছ’ যুৱ সমাজ।বহু পৰিয়ালে হেৰুৱাইছে ঘৰ, সপোন আৰু আশ্ৰয় দুখ লগা দৃশ্য
04/08/2026

বানাক্ৰান্ত ৰাইজৰ কাষত বৃহত্তৰ বৈঠালাংছ’ যুৱ সমাজ।
বহু পৰিয়ালে হেৰুৱাইছে ঘৰ, সপোন আৰু আশ্ৰয় দুখ লগা দৃশ্য

02/08/2026

Ready for Go

তাৰিখ: ০২/০৮/২০২৬আজি দুপৰীয়া ২:৩০ বজাত বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজৰ উদ্যোগত বান সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বাহন শিৱস...
02/08/2026

তাৰিখ: ০২/০৮/২০২৬
আজি দুপৰীয়া ২:৩০ বজাত বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজৰ উদ্যোগত বান সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বাহন শিৱসাগৰ অভিমুখে ৰাওনা হয়।
এই মানৱীয় কাৰ্যসূচীত বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়োৱা বৈঠালাংছ'ৰ সমূহ ৰাইজ, দানশীল ব্যক্তি, স্বেচ্ছাসেৱক আৰু শুভাকাঙ্ক্ষীসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজে সদায় সমাজৰ কল্যাণ আৰু দুৰ্যোগৰ সময়ত অসহায় মানুহৰ কাষত থিয় দি সেৱাৰ মনোভাৱে কাম কৰি আহিছে। আগন্তুক দিনতো একেই নিষ্ঠা আৰু দায়বদ্ধতাৰে সমাজসেৱাৰ এই যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ—তাৰ বাবে আপোনালোকৰ মৰম, সহযোগিতা আৰু আশীৰ্বাদ সদায় কামনা কৰিলোঁ।
একতাই শক্তি।
সেৱাতকৈ ডাঙৰ ধৰ্ম নাই।

বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজলৈ শিৱসাগৰৰ বান পিৰিত লোকলৈ বুলি আগ বঢ়োৱা সাহায্য। ধন্যবাদ------ Baithalangso  hospital, Distr...
30/07/2026

বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজলৈ শিৱসাগৰৰ বান পিৰিত লোকলৈ বুলি আগ বঢ়োৱা সাহায্য।
ধন্যবাদ------
Baithalangso hospital, District court(Hamren), Baithalangso PHC, baithalangso ৰ সমূহ দানবীৰ কৰ্ণ ৰূপী ৰাইজ সকলো লৈ ধন্যবাদ থাকিলে। আপোনালোকৰ এই সহায় কাৰোবাৰ আশাৰ পোহৰ হ'ব পাৰে
আৰু কিছু বস্তুৰ প্ৰয়োজন আছে, গতিকে সকলো আগুৱাই আহক। যোগাযোগ কৰক 70865-86466

ভূপেন দাই গাইছিল “মানুহে মানুহৰ বাবে ” অসমত এজন ব্যক্তিৰ জন্ম হ’ল অকল মানুহৰ বাবই কৰি গ’ল  তেখেতে। আমাৰ সকলোৰে হিয়াৰ আমঠ...
29/07/2026

ভূপেন দাই গাইছিল “মানুহে মানুহৰ বাবে ” অসমত এজন ব্যক্তিৰ জন্ম হ’ল অকল মানুহৰ বাবই কৰি গ’ল তেখেতে। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা। তেখেত আজি আমাৰ মাজত নাই, অজি জুবিন দেশৰ, জুবিন যুগৰ নৱ প্ৰজন্মৰ হৃদয়ত নিৰবে শুই থকা মানৱতাৰ জাগ্ৰত হৈছে৷ আৰু জাতি ধৰ্ম। বৰ্ণ সকলোৱে গাইছে আজি মানৱতাৰ জয় গান৷
আঁহক আমিও মানুহে মানুহ বাবে যাত্ৰাত অংশ গ্ৰহন কৰোঁ৷

29/07/2026
বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজ ৰনতুন সম্পাদক খঞ্জন জ্যোতি নাথ
25/05/2026

বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজ ৰ
নতুন সম্পাদক
খঞ্জন জ্যোতি নাথ

প্ৰথম বাৰ্ষিক ২০১৭ চনত
25/05/2026

প্ৰথম বাৰ্ষিক ২০১৭ চনত

Address

বৈঠালাংছ'
Karbi Anglong
782450

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ বৈঠালাংছ' যুৱ সমাজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share