Borah Prints & Online Service

Borah Prints & Online Service Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Borah Prints & Online Service, Business service, Pohumara Rangachahi, Majuli.

03/05/2026

@@@ এটি বিশেষ খবৰৰ সন্ধানত @@@

যোৰহাটৰ লাহতি পেট্ৰল পাম্পৰ সমীপত
এটা সময়ত ডা: দিলীপ ডে ৰ এটি চেম্বাৰ
আছিল ।বৰ্তমান তেখেতৰ ঠিকনা কি কোনোবাই জনাব পাৰে যদি জনাবলৈ অনুৰোধ জনালোঁ ।

আপোনাৰ সুবিধাৰ বাবে, সহায় কৰিবৰ বাবে সদায়ে আছো ।
05/02/2025

আপোনাৰ সুবিধাৰ বাবে, সহায় কৰিবৰ বাবে সদায়ে আছো ।

08/08/2024

এটা জৰুৰী সূচনা
আমাৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয়
আৰু
অসম চৰকাৰে সকলো বিভাগৰ মধ্য ভোগী দালাল বিলাক আঁতৰাই নিকা কৰিবৰ বাবে যিদৰে চেষ্টা কৰি আহিছে ঠিক তেনেদৰে
আমি জনসাধাৰণৰ ফালৰ পৰাও
সেই ধৰণৰ দালাল বিলাকৰ পৰা আঁতৰি চলিব লাগিব । অন্যথাই এই দালাল বোৰে আপোনাৰ মোৰ বহু ক্ষতি কৰিব ।
এটা সামান্য উদাহৰণ দিওঁ----- # #
@ আজি প্ৰায় বোৰ কাম অনলাইনত হয়।
@ INCOME


PRC
@ POLICE VERIFICATION

আৰু বহুতো কাম ।এই ধৰক কিছুমান কামৰ বাবে কিছুমান নহলেও হোৱা ডকুমেণ্ট লাগে বুলি দালাল বিলাকে অযথা খৰচ বঢ়াই । গতিকে
এনেকুৱা ধৰণৰ কাম থাকিলে সদায় আপুনি নিজে নিজেই যিমান পাৰে ওচৰৰ চি এছ চি চেন্টাৰত যোগাযোগ কৰক ।
ধন্যবাদ

13/01/2024

PM Vishakarma online chali ase

22/08/2023

আমাৰ চি এছ চি ৰ যোগেদি আপোনালোকে গ্ৰহন কৰিব পৰা সুবিধা সমুহ
১) পলম হোৱাৰ জন্ম প্ৰমাণ পত্ৰ
২)পলম হোৱা মৃত্যুৰ প্ৰমাণ পত্ৰ
৩)যিকোনো বিল প্ৰদান(লাইৰ, LICI,ইত্যাদি)
৪)স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ(PRC)
৫)জাতিৰ প্ৰমাণ পত(CASTE)
৬)আয়ৰ প্ৰমাণ পত্ৰ(INCOME)
৭)NCL
৮)EWS
৯)পান কাৰ্ড(নতুন আৰু শুধৰণি)
১০)আধাৰ ডাউনলোড আৰু প্ৰিন্ট)
১১)নগদ টকা উলিওৱা
১২)নগদ টকা জমা কৰা(Aadhaar আৰু ATM ৰ যোগেদি)
১৩)নগদ টকা দূৰ দুৰণিলৈ পথোৱা
১৪)কৃষকৰ অনলাইন
১৫) গাড়ী মটৰৰ ইঞ্চুৰেঞ্চ
১৬)লাইফ ইঞ্চুৰেঞ্চ(LICI, TATA AIG)ইত্যাদি
১৭) Employment exchange new registration and renewal
১৮)বিভিন্ন চৰকাৰী চাকৰিৰ বাবে আবেদন
লগতে আৰু বহুতো সুবিধা********

22/08/2023
22/08/2023
11/07/2023

আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰি থকা সকলো শ্ৰেণী জনসাধাৰণৰ বিভিন্ন সময়ত হোৱা বিভিন্ন ধৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ CSC (কমন ছাৰ্ভিচ চেণ্টাৰ)ৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে বৃহৎ সুবিধা প্ৰদান কৰিছে ।সেই সুবিধা গ্ৰহণ কৰিব লৈ আপোনালোকক খবৰ দিয়া দায়িত্ব আমাৰ আৰু সুবিধা প্ৰদান কৰাৰ কৰ্তব্য ও আমাৰ ।আপোনাৰ কাষত থাকি আপোনাৰ আধাৰ কাৰ্ড অথবা ATM কাৰ্ড খন লগত আনি বেংকৰ দীঘলীয়া শাৰীৰ পৰা পৰিত্ৰাণ লৈ নিজৰ প্ৰয়োজন টকা কেইটা উলিয়াই লব পাৰিব কিম্বা ধন ৰাশি জামাও কৰিব পাৰিব ।

23/04/2023

🛺🛺 E-RIKSHOW / AUTO/APE PASSENGER CARRYING VEHICLE CAN BE DONE FROM SBI GENAERAL INSURANC. 1ST and 3rd party. Any difficulties kindly callme at 9435678003/9101626495

Address

Pohumara Rangachahi
Majuli
785104

Telephone

+919101626495

Website

Alerts

Be the first to know and let us send you an email when Borah Prints & Online Service posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Borah Prints & Online Service:

Share