10/09/2025
আমি যিসকলে 1980 ৰ পৰা 2002
মাজৰ সময়চোৱাত জন্ম লৈছো,
আমি আধুনিকো নহয় প্ৰাচীনো নহয় .... ...আৰু এনেকুৱাও নহয় যে আধুনিকতাৰ জ্ঞান নাইকীয়া ......!!!
কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলো....
👍 আমি গাধৰ দৰে কিতাপৰ বোজা লৈ কোনো দিন স্কুল যাব লগীয়া হোৱা নাছিল ।
👌আমাৰ অভিভাৱকে আমাৰ পঢ়া শুনাৰ কাৰণে
নিজৰ programs আগুৱা পিছুৱা কৰা নাছিল..!
👍 স্কুল চুটীৰ পিছত আমি বহুত খেলিছিলো বন্ধুৰ লগত ।
👍 যেতিয়াই পিয়াহ লাগিছিল দমকলৰ পানী খাব দৌৰী গৈছিলো ৪/৫ জনক লগত লৈ।
mineral water bottle কি জনা নাছিলো তেতিয়া । একেটা গিলাছতে গোটেই বোৰে পানী খাইছিলো যদিও বেমাৰত পৰা নাছিলো ।
👍মিঠাই, টেঙা, জ্বলা, কেহা, তিতা একেলগে খাইও মৃত্যু নহ'ল আমাৰ । অসুখ হোৱাৰ অনুভৱ কৰিবই জনা নাছিলো ।
👍 খালী ভৰিৰে ঘুৰি ফুৰিও একো হোৱা নাছিল ভৰিত । ভাল চেন্দেল পিন্ধিছিলো মাত্ৰ দুৰৈত ফুৰিব গ'লে, বাকী সন্ধিয়া ভৰি ধুবলৈ ব্যৱহাৰ কৰিছিলো হাওৱাই চেন্দেল ।
👍 আমি healthy হৈ থাকিবৰ বাবে
Supplements প্ৰয়োজন নাছিল।
👍 আমি খেলা সামগ্ৰীবোৰ প্ৰায় নিজে বনোৱা আছিল । দূৰ্গা পূজাত লোৱা এটা পুতলাই সকলোৱে খেলিছিলো ।
👍 আমি সদায় parents ৰ লগত বা আইতা -ককাৰ লগতে বেছিভাগ আছিলো । কাৰোবাৰ ঘৰত নাম, সকাম থাকিলে ভাল পাইছিলো, কাৰণ আইতাৰ লগত যাব পাম।
👌কাপোৰ কিনিলে ৪/৫ জন সহোদৰৰ একে design ৰ হ'লে ভাল পাইছিলো আৰু একতাৰ feelings ...
enjoy কৰিছিলো....!
👍 কেতিয়াও আমি ডাক্তৰৰ ওচৰত যোৱা নাছিলো, ডাক্তৰ নিজে আহিছিল আমাৰ বেমাৰ চাবলৈ ।
👍 আমাৰ মাজত
Mobile, DVD's,
PlayStation, Xboxes, KP, Gandha,
PC, Internet, chatting নাচিল
মাত্ৰ আছিল সচাঁ বন্ধু আৰু এটা ৰেডিঅ'।
👍 বন্ধুৰ ঘৰলৈ যাবলৈ মন গ'লেই হ'ল, গৈ ভাত পানী খাই আহিব পাৰি । call কৰি
appointment লোৱাৰ প্ৰয়োজন নাই।
👍 আমি অদ্ভুত আৰু সু-চিন্তাধাৰাৰ ব্যক্তি হওঁ, নিজৰ অভিভাৱকৰ কথা আজিও মানি চলিচো লগতে আমিয়েই প্ৰথম প্ৰজন্ম, যিয়ে সন্তানৰ মতেও চলিব শিকিছো । তুমি/তোমাৰ ফেশ্বনক বাদ দি আজিও ডাঙৰক আপুনি সম্বোধনেৰে সন্মান কৰি আহিছোঁ।।
সংগ্ৰহিত