মিশ্ৰিত খৱৰ

মিশ্ৰিত খৱৰ Islam

29/08/2026

তিনিচুকীয়াত মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত গাঞ্জা সৰবৰাহকাৰী আটক

29/08/2026

মায়ঙৰ বুৰাবুৰীত বেটাৰী চালিত ৰিক্সা

29/08/2026

গাড়ীৰ অৱস্থা কি হল বুৰাবুৰী পথালি পাহাৰ যোৱা তিনি আলিত

28/08/2026

বিধায়ক বিশ্বজিৎ ফুকনক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত

28/08/2026

মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী সৈতে অভব্য আচৰণ চালক ৰূপী গুণ্ডাৰ।টমটমৰ পৰা নমাই দিলে বিশ্ববিদ্যালয় খনৰ ছাত্ৰীক।ৰাস্তাত পালে টমটম ভাঙি দিয়াৰ হুংকাৰ মেজিক চালকৰ।

28/08/2026

বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ ৰ এজাহাৰৰ ভিত্তত গ্ৰেপ্তাৰ বৰপথাৰ আৰক্ষীৰ।দিপাংকৰ সন্দিকৈ নামৰ যুৱকজনৰ ফেচবুক পষ্টত বিধায়ক বিশ্বজিৎ ফুকনৰ নাম উল্লেখ কৰি হত্যাৰ ভাবুকি দিয়াৰ লগতে অশ্লীল শব্দ ব্যৱহাৰ কৰি বিধায়ক গৰাকীৰ সন্মান লাঘৱ কৰাৰ চেষ্টা কৰে।

27/08/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে

27/08/2026

বিয়াৰ প্ৰলোভনেৰে মহিলাক প্ৰতাৰণা। ৪ বছৰৰ সম্পৰ্কৰ পিছত অন্তঃসত্ত্বা কৰি পলায়নৰ চেষ্টা। অভিযুক্ত যুৱক আটক।গৌৰীপুৰত প্ৰেমৰ নামত প্ৰতাৰণা।ভুক্তভোগীৰ এজাহাৰত আটক লম্পট প্ৰেমিক গৌৰীপুৰত।

27/08/2026

শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰত নাম উল্লেখিত মুজাম্মিল ইচলাম জেহাদী শ্লীপাৰ চেলৰ লগত জড়িত থকাৰ অভিযোগ।

27/08/2026

গৰু সৰবৰাহৰ লগত জড়িত হৰি বাহাদুৰ ছহিদ আলী হাবিবুল ইছলামক আটক

Address

Village
Morigaon
782411

Telephone

+918876363005

Website

Alerts

Be the first to know and let us send you an email when মিশ্ৰিত খৱৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মিশ্ৰিত খৱৰ:

Shortcuts

Share