Zainal abblog

Zainal abblog at kenduguri post herapati nagaon assam

21/08/2023
21/08/2023
নৱ-প্ৰজন্মৰ সু-নিশ্চিত ভৱিষ্যত গঢ়াৰ প্ৰতিশ্ৰুতিৰে উন্নতমানৰ দ্বীনি শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। মাদ্ৰাছা ইছলামীয়া ...
28/04/2023

নৱ-প্ৰজন্মৰ সু-নিশ্চিত ভৱিষ্যত গঢ়াৰ প্ৰতিশ্ৰুতিৰে উন্নতমানৰ দ্বীনি শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।
মাদ্ৰাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতি
গাঁও ও পো:অ: হেৰাপাতি জিলা:নগাঁও(অসম)৭৮২০০২
মক্তবে আওৱালৰ জমাতৰ পৰা ফাৰ্ছি দোৱম জমাতলৈকে ২০২৩-২৪ শিক্ষাবৰ্ষৰ নাম ভৰ্ত্তি চলি আছে।
ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই অতি সুখি হৈছোঁ যে, নৱ-প্ৰজন্মৰ সু-নিশ্চিত ভৱিষ্যত গঢ়াৰ প্ৰতিশ্ৰুতিৰে উন্নতমানৰ ইছলামিক শিক্ষাৰ লগতে প্ৰয়োজনীয় সাধাৰণ শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানটিত অহা ইংৰাজী ১ মে' সোমবাৰ পুৱা ৯ বজাৰ পৰা নতুন/পুৰণা ছাত্ৰ সকলৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
গতিকে সকলো আগ্ৰহী ছাত্ৰ ও অভিভাৱক সকলক যথা সময়ত উপস্থিত থাকি নামভৰ্তিৰ কাম সম্পূৰ্ণ কৰিবলৈ জনোৱা হ'ল।

যোগাযোগৰ বাবে ----9101802683, 7896996401, 9957129454

06/04/2023

Address

Vill Kenduguri Post Herapati
Nagaon
782002

Telephone

+919101802683

Website

Alerts

Be the first to know and let us send you an email when Zainal abblog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Zainal abblog:

Share