Sahzahan Maju

Sahzahan   Maju Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sahzahan Maju, Business service, Ghoga, Nalbari.

যদি ৰাহুল গান্ধীজীয়ে নিজে নাটক কৰি পৰি যোৱা নাছিল তেনেহ'লে নিশ্চিত ভাৱে তেখেতেৰ দলৰে কোনোবাই চিপৰাং মাৰিছে।কাৰণ তেখেতৰ প...
01/10/2020

যদি ৰাহুল গান্ধীজীয়ে নিজে নাটক কৰি পৰি যোৱা নাছিল তেনেহ'লে নিশ্চিত ভাৱে তেখেতেৰ দলৰে কোনোবাই চিপৰাং মাৰিছে।কাৰণ তেখেতৰ পিছফালে কোনো আৰক্ষী নাছিল।

ভাৰতীয় জনতা যুৱ মৰ্চা বৰক্ষেত্ৰী মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক মিন্টু শইকীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে অনাগত দিন...
20/09/2020

ভাৰতীয় জনতা যুৱ মৰ্চা বৰক্ষেত্ৰী মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক মিন্টু শইকীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে অনাগত দিনত দলৰ হৈ নিষ্ঠাৰে কাম কৰি যাবি বুলি আশা কৰিলো।
#নাৰায়ন_ডেকা জিন্দাবাদ।
#ভাৰতীয়_জনতা_পাৰ্টি জিন্দাবাদ।

27/08/2020

breaking #
একাংশ কংগ্ৰেছ কৰ্মীয়ে লণ্ড ভণ্ড কৰিলে হাজোৰ কংগ্ৰেছৰ ৰাজীৱ ভৱন।
🤔🤭🤭🤭

15/08/2020

আজি ৭৪তম স্বাধীনতা দিৱস উপলক্ষে ঘোগা বদনী যুৱক সংঘ ওঁ‌ পুথিভড়াল আৰু ঘোগা লাউতোলা প্ৰাঃবিঃ,অংগবাদী কেন্দ্ৰ আদি অনুস্থানৰ পতাকা উত্তোলন কৰো।বন্দে মাতাৰম।ভাৰত মাতা কি জয়।

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সমুহ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ।স্বাধীনতাই আনক দেশলৈ শান্তি-সমবৃদ্ধি আৰু ভ...
14/08/2020

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সমুহ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ।স্বাধীনতাই আনক দেশলৈ শান্তি-সমবৃদ্ধি আৰু ভাতৃত্ববোধ। #ভাৰত_মাতা_কি_জয়। িন্দ।

সমুহ ধৰ্মপ্ৰাণ ৰাইজলৈ পৱিত্ৰ  াৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে বিশ্ব শান্তিৰ বাবে দোৱা বিছাৰিছো।
31/07/2020

সমুহ ধৰ্মপ্ৰাণ ৰাইজলৈ পৱিত্ৰ াৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে বিশ্ব শান্তিৰ বাবে দোৱা বিছাৰিছো।

ৰাজ্য সভাৰ উপাধ্যক্ষ হিচাবে নিযুক্তি পোৱা তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ মাননীয় শ্ৰীযুত ভুৱনেশ্বৰ কলিতা দেৱলৈ আ...
25/07/2020

ৰাজ্য সভাৰ উপাধ্যক্ষ হিচাবে নিযুক্তি পোৱা তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ মাননীয় শ্ৰীযুত ভুৱনেশ্বৰ কলিতা দেৱলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।।💐💐

দাদাই বোলে সত্ৰ হলে জোতা যোৰ নেনিলে হয়,মন্দিৰ বাবে নিছে ।চেলা-চামুণ্ডাৰ যুক্তি।সত্ৰ আৰু মন্দিৰৰ মাজত পাৰ্থক্য বিছাৰি নিজ...
20/07/2020

দাদাই বোলে সত্ৰ হলে জোতা যোৰ নেনিলে হয়,মন্দিৰ বাবে নিছে ।চেলা-চামুণ্ডাৰ যুক্তি।সত্ৰ আৰু মন্দিৰৰ মাজত পাৰ্থক্য বিছাৰি নিজকে নিৰ্দোষী সজোৱাৰ ব্যৰ্থ চেষ্টা কৰি তালাফাল কৰি আছে।ভাৰত মাতা কি জয়।

ঘোগা গাঁও পঃৰ আঃ সঃ ছাহজাহান আলী (মাজু )ৰ মহানুভৱতা দীৰ্ঘদিন ধৰি বেমাৰত ভুগি থকা লাউতোলা নিবাসী চফিক আলীৰ অসুস্থতাৰ বুজ ...
10/07/2020

ঘোগা গাঁও পঃৰ আঃ সঃ ছাহজাহান আলী (মাজু )ৰ মহানুভৱতা
দীৰ্ঘদিন ধৰি বেমাৰত ভুগি থকা লাউতোলা নিবাসী চফিক আলীৰ অসুস্থতাৰ বুজ লব যায়।
লগতে তেখেতৰ আশু-আৰোগ্য কামণা কৰে।ছাহজাহান আলী
(মাজু) ৰ এনেকুৱা মহানুভৱতাক প্ৰশংসা কৰে একাংশ জনতাই।🙏

আজি ২নংঘোগা ৰূপালীম সংঘ ওঁ‌ পুথিভৰালৰ উদ্যোগত চলি থকা ফুটবল প্ৰতিযোগীতাৰ ফাইনেল খেল উদ্ধোধন কৰাৰ মুহুৰ্তত।🤾‍♂️
05/01/2020

আজি ২নংঘোগা ৰূপালীম সংঘ ওঁ‌ পুথিভৰালৰ উদ্যোগত চলি থকা ফুটবল প্ৰতিযোগীতাৰ ফাইনেল খেল উদ্ধোধন কৰাৰ মুহুৰ্তত।
🤾‍♂️

পুৰণিক পাহৰি নতুনক আদৰাৰ হেঁপাহত নৱবৰ্ষৰ প্ৰতিটো দিন জীপাল কৰোঁ আহক।নৱবৰ্ষৰ প্ৰতিটো দিনেই সফলতাৰ ফাকু চতিয়াই ৰঙীণ কৰি ত...
01/01/2020

পুৰণিক পাহৰি নতুনক আদৰাৰ হেঁপাহত নৱবৰ্ষৰ প্ৰতিটো দিন জীপাল কৰোঁ আহক।
নৱবৰ্ষৰ প্ৰতিটো দিনেই সফলতাৰ ফাকু চতিয়াই ৰঙীণ কৰি তোলক আপোনাৰ সপোন।
নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
শুভ নৱবৰ্ষ ২০২০

Address

Ghoga
Nalbari
781126

Website

Alerts

Be the first to know and let us send you an email when Sahzahan Maju posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share