USHA EGG SHOP

USHA EGG SHOP USHA EGGS: Fresh & Trustworthy

10/01/2024

সমূহ #নাজিৰাবাসী ৰাইজ

আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। ভোগালী বিহুৰ উপলক্ষে আমাৰ দোকান " USHA EGG SHOP" ত কণী বিক্ৰী কৰি থকা হৈছে সুলভ মূল্যত।

প্ৰতি এক প্লেট কণীৰ দাম মাত্ৰ ২১০ টকা আৰু প্ৰতি এক প্লেট ৰঙা কণীৰ দাম মাত্ৰ ২৪০ টকা।

গতিকে আহক ৰাইজ কণী কিনি নিয়ক সুলভ মূল্যত।

ধন্যবাদ।।

 #নাজিৰাবাসী ৰাইজ, আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলো।"USHA EGG SHOP" কণীৰ ৰেহাই মূল্যত বিক্ৰী কৰা হৈছে। আহক স...
06/01/2024

#নাজিৰাবাসী ৰাইজ,

আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলো।

"USHA EGG SHOP" কণীৰ ৰেহাই মূল্যত বিক্ৰী কৰা হৈছে। আহক সকলোৱে ৰেহাই মূল্যৰ লাভ উঠাওক।

ধন্যবাদ।।

Nazira Townn USHA EGG SHOPP

সুপ্ৰভাত সকলোকে...দিনটো সকলোৰে ভালেকৈ পাৰ হক তাৰে কামনা কৰিলোঁ।ৰাইজ আজি আপোনালোকলৈ এটি বিশেষ OFFER! "USHA EGG SHOP" ৰঙা ...
03/01/2024

সুপ্ৰভাত সকলোকে...

দিনটো সকলোৰে ভালেকৈ পাৰ হক তাৰে কামনা কৰিলোঁ।

ৰাইজ আজি আপোনালোকলৈ এটি বিশেষ OFFER!

"USHA EGG SHOP" ৰঙা কণী বিক্ৰী কৰা হৈ আছে মাত্ৰ ২৪৫ টকাত। আহক ৰাইজ সকলোৱে কিনি নিয়ক ৰঙা কণী ৰেহাই মূল্যত।।

ধন্যবাদ।।

Nazira Town USHA EGG SHOP Mayur Kumar Gogoi

সমূহ  #নাজিৰাবাসী ৰাইজ, প্ৰথমে আপোনালোক সকলোলৈ ইংৰাজী ২০২৪ নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এই নতুন বছৰে আপোনালোক সকলোৰে জ...
01/01/2024

সমূহ #নাজিৰাবাসী ৰাইজ,

প্ৰথমে আপোনালোক সকলোলৈ ইংৰাজী ২০২৪ নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এই নতুন বছৰে আপোনালোক সকলোৰে জীৱনত সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু মনৰ আশাবোৰ পূৰণ হওঁক তাৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

নববৰ্ষৰ উপলক্ষে আমাৰ দোকান "USHA EGG SHOP" ত কণী ৰেহাই মূল্যত বিক্ৰী কৰা হৈছে।

আহক সকলোৱে, কণী কিনি নিয়ক ৰেহাই মূল্যত।

ধন্যবাদ।।

Nazira Town

সমূহ  #নাজিৰাবাসী ৰাইজ, প্ৰথমে আপোনালোক সকলোলৈ আগন্তুক ইংৰাজী ২০২৪ নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকক জনাবলৈ পাই স...
30/12/2023

সমূহ #নাজিৰাবাসী ৰাইজ,

প্ৰথমে আপোনালোক সকলোলৈ আগন্তুক ইংৰাজী ২০২৪ নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ দোকান "USHA EGG SHOP" আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আহক সকলোৱে "USHA EGG SHOP" ৰ পৰা #কণী কিনি নিয়ক ৰেহাই মূল্যত।

আধা ডৰ্জন‌ কণী ---- ৩ টকা ৰেহাই
১ ডৰ্জন কণী ---- ৬ টকা ৰেহাই
২ ডৰ্জন কণী ---- ১২ টকা ৰেহাই
১ প্লেট কণী ---- ১৫ টকা ৰেহাই

আহক সকলোৱে, কণী কিনি নিয়ক ৰেহাই মূল্যত আৰু পৰিয়াল, বন্ধু বৰ্গৰ সৈতে সুন্দৰকৈ নববৰ্ষ উদযাপন কৰক।

ধন্যবাদ।।

Address

Nazira Town; Dhapatpatty Road; Ward No-05; Pin; Dist-Sivasagar
Nazira
785685

Telephone

+919957309653

Website

Alerts

Be the first to know and let us send you an email when USHA EGG SHOP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to USHA EGG SHOP:

Share