DJN Enterprise

DJN Enterprise A to Z

19/08/2024

এজন লৰাৰ প্ৰায়োজন ব্যৱসায়ত সহায় কৰিবৰ বাবে !
থকা, খোৱা আৰু উচিত দৰমহা দিয়া হব !
যোগাযোগ কৰক 086387 32551
শিক্ষাগত অৰ্হতা - নালাগে !
অবিবাহিত হব লাগিব !
স্থান - লখিমপুৰ!

DMIT Benefits for Children 1.আপোনাৰ সন্তানৰ জন্মগত প্ৰতিভা লগতে জন্ম গত বৈশিষ্ট্য গম পাব পাৰিব।2.  সন্তানৰ জন্মগত যোগ্যত...
17/08/2024

DMIT Benefits for Children

1.আপোনাৰ সন্তানৰ জন্মগত প্ৰতিভা লগতে জন্ম গত বৈশিষ্ট্য গম পাব পাৰিব।
2. সন্তানৰ জন্মগত যোগ্যতা কি সেইটো ও গম পাব।
3. উৎকৃষ্ট শিক্ষণশৈলী গম পাব পাৰিব। যিহেতু প্ৰত্যেকে ব্যক্তিৰে শিকাৰ ধৰণ বেলেগ বেলেগ হব।
4. নিজৰ সন্তানক কেনেকৈ শিকালে তেওঁলোকৰ সোনকালে আয়ত্তত আহিব সেইটো তেওঁলোকৰ Learning style গম পালে ,শিকাব সুবিধা হব।
5. সন্তান আৰু অভিভাৱকৰ মাজৰ বুজাবুজি বৃদ্ধি হব।
6. নিজৰ সন্তানক সুন্দৰ আৰু শুদ্ধ ভাবে আগবঢ়াই নিব পাৰিব।
7. এই Test ৰ জৰিয়তে তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহ জানি লৈ সেই হিচাপে আগবঢ়াই নিব পাৰিব।





Any information about DMIT or BRAIN ABILITY TEST please contact 086387 32551 ( All Assam )☎️

15/08/2024

Happy Independence Day

Urgent sell pulverized machine 3 HPPrice- 23000/-
31/07/2024

Urgent sell pulverized machine 3 HP
Price- 23000/-

30/07/2024

Once the beneficiary joins the scheme at the entry age of 18-40 years, the beneficiary has to contribute till 60 years of age. On attaining the age of 60 years, the subscriber will receive by DBT the assured monthly pension of Rs. 3000/- with benefit of family pension, as the case may be.

For registration contact us
Office Address -
1) Zilaparishad Market Complex
2) Municipality Market Complex.
Ph/Whatsapp - 8638732551/8822561846.
DJN Enterprise
Dipankar Jyoti Nath
Nabajyoti Agro Producer's Cooperative Society Ltd.
DJN Motors

28/07/2024

গুৰুত্বপূৰ্ণ সংবাদ
যিসকলে NRC ৰ সময়ত আধাৰ কাৰ্ডৰ কাৰণে Biometric দিছিল কিন্তু এতিয়াও আধাৰ কাৰ্ড Processing দেখাই আছে বা Biometric lock হৈ আছে যাৰ ফলত আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই । সেইসকল ব্যক্তিয়ে নিজৰ নিজৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰি তলত দিয়া প্ৰমাণ পত্ৰ সমূহ জমা দিব। আৰু লগতে এই পোষ্টটো শেয়ার কৰি এনেকুৱা সমস্যাত ভুগি থকা ব্যক্তি সকলক উপকাৰ কৰক।

নথি পত্ৰ সমূহ
* ভোটাৰ কাৰ্ড ।
* পান কাৰ্ড ।
* ৰেচন কাৰ্ড ।
* এন,আৰ,চি,ৰ ARN,নং ।
* পৰিয়ালৰ আন সদস্যসৰ আধাৰ কাৰ্ড ।
* এন,আৰ চিৰ খচৰা তালিকা।
* জন্মৰ প্ৰমাণ পত্ৰ (নাবালকৰ বাবে)..!

Dipankar Jyoti Nath
DJN Enterprise DJN Motors Nabajyoti Agro Producer's Cooperative Society Ltd. CSC SPV Lakhimpur CSC SPV Assam MyGov Assam

27/07/2024

Vacation starts and parents are booking their appointments for Dmit testing. Did you booked yours for your kid for a bright future... Too know your child better to help them reaching out their goals.
Smart parenting with DMIT.
If not
☎️ 088225 61846 /8638732551
(all over Assam)
CSC SPV Lakhimpur
Dipankar Jyoti Nath
Nabajyoti Agro Producer's Cooperative Society Ltd.
DJN Enterprise
DJN Motors

23/07/2024
23/07/2024

Address

North Lakhimpur
787001

Telephone

+918638732551

Website

Alerts

Be the first to know and let us send you an email when DJN Enterprise posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DJN Enterprise:

Share