Amrit Power Solar

Directions

Amrit Power Solar প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ আঁচনি

Contact us Jintu Nath Dipu Deka
06/09/2026

Contact us
Jintu Nath
Dipu Deka

07/08/2026

আমাৰ ব্যৱসায়ৰ নতুন পদক্ষেপ। গুণগত মান, বিশ্বাস আৰু সৎ সেৱাই হৈছে আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য।
আপোনালোকৰ সহায় আৰু মৰমে আমাক আগবঢ়াই লৈ গৈছে।

উন্নত মানৰ আৰু নিৰ্ভৰযোগ্য সংযোগ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰক।
07/08/2026

উন্নত মানৰ আৰু নিৰ্ভৰযোগ্য সংযোগ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰক।

আজি   ৰ স্বত্বাধিকাৰী যুৱ ব্যৱসায়ী সন্মানীয় জিন্টু নাথৰ আজি উপজা দিন। উপজা দিন উপলক্ষে সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচ...
29/07/2026

আজি ৰ স্বত্বাধিকাৰী যুৱ ব্যৱসায়ী সন্মানীয় জিন্টু নাথৰ আজি উপজা দিন। উপজা দিন উপলক্ষে সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ।

26/07/2026

আমাৰ কাৰ্যালয়ৰ পৰা কিছু মুহূৰ্ত।
শৃংখলা, পৰিশ্ৰম আৰু দায়িত্ববোধেৰে আগবাঢ়ি যাওঁ—উন্নতিৰ দিশে।

Another Project complete ✅👍🔥
18/07/2026

Another Project complete ✅👍🔥

⚡ বৃদ্ধি পোৱা বিদ্যুৎ বিলত চিন্তিত নেকি?প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ: বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত Solar Rooftop System স্...
14/07/2026

⚡ বৃদ্ধি পোৱা বিদ্যুৎ বিলত চিন্তিত নেকি?

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ: বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত Solar Rooftop System স্থাপন কৰি বিদ্যুৎ বিলত ৯০% পৰ্যন্ত সঞ্চয় কৰক।

✅ ₹১,৩০,৮০০ পৰ্যন্ত চৰকাৰী ৰাজসাহায্য
✅ বিদ্যুৎ বিলত অধিক সঞ্চয়
✅ পৰিষ্কাৰ আৰু সেউজ শক্তি
✅ সম্পত্তিৰ মূল্য বৃদ্ধি
✅ ২৫+ বছৰৰ উন্নত কাৰ্যক্ষমতা
✅ বিনামূলীয়া Site Survey আৰু Consultation

📍 সেৱা উপলব্ধ: ৰঙিয়া, কমলপুৰ, চাংসাৰি।

📞 যোগাযোগ কৰক: ৭০৮৬৪১৭৩০৬/৬০০২৬৬১২৩৩

অতি উন্নতমানৰ সংযোগ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰক।Jintu Nath Dipu Suraj Deka
14/07/2026

অতি উন্নতমানৰ সংযোগ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰক।
Jintu Nath
Dipu Suraj Deka

Address

Baruajani
Rangia

Website

Alerts

Be the first to know and let us send you an email when Amrit Power Solar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share