Beauty fairness & Beauty Purlur and salon products

Beauty fairness & Beauty Purlur and salon products Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Beauty fairness & Beauty Purlur and salon products, Appliance Repair Service, Tangla.

All type of STOVE COOKER REGULATOR Sales, Repairing & spare parts Done here.
All kind of Beauty Parlour, Saloon items & Here.

02/02/2026

পৰহি দিনা চাৰিজনকৈ অসমীয়া যুৱকৰ বেংগুলুৰুত ৰহস্য জনক মৃত্যু হৈছিল। আজি বিশেষজ্ঞই তাৰ কাৰণ ফাদিল কৰিলে।
বিশেষজ্ঞৰ মতে, বন্ধ কোঠাটোত ৰন্ধন গেছৰ পৰা কাৰ্বন মনক্সাইড (CO) সৃষ্টি হোৱাৰ ফলত লৰা কেইজনৰ মৃত্যু হল।
স্বাভাৱিকতেই বহুতৰ মনত প্ৰশ্ন জাগিব --
ইমান বিষাক্ত গেছ সৃষ্টি কেনেকৈ হল?
ৰন্ধন গেছত হাইড্ৰকাৰ্বনৰ প্ৰপেন আৰু বিউটেন ৰূপ কেইটাহে থাকে?
ৰন্ধন গেছৰ টো গোন্ধ থাকে, তেনে কিয় গম নাপালে?

উশাহ নিশাহত কষ্ট পালে সিহতেটো গম পায় আতৰি আহিল হয়?

কিন্তু দূৰ্ভাগ্যবশত কাৰ্বন মনক্সাইড এনে এক নীৰৱ ঘাতক, সঠিক জ্ঞান নাথাকিলে ই মানুহক বচাৰ সুবিধাই নিদিয়ে।

আমি সকলোৱে জানো যে অক্সিজেনৰ উপস্থিতিত কাৰ্বনৰ দহন হলে কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়, যদিও কাৰ্বন ডাই অক্সাইড CO2 শৰীৰৰ বাবে ক্ষতিকাৰক তথাপি ই সহজে প্ৰাণকাঢ়ি নিব পৰাকৈ ক্ষতিকাৰক নহয়।
কিন্তু কাৰ্বনৰ অসম্পূৰ্ণ দহনৰ ফলত অৰ্থাৎ কম পৰিমানৰ অক্সিজেনৰ উপস্থিতিত কাৰ্বনৰ দহন হলে তাত কাৰ্বন মনক্সাইড CO ৰ সৃষ্টি হয়, যি অত্যন্ত প্ৰাণঘাতী গেছ ‌। ‍যাৰ কোনো গোন্ধ নাথাকে,
যি শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে মুৰ ঘূৰনি, শ্বাসকষ্ট দিব। অলপ পিছতে বিভ্ৰান্ত কৰি অৱচেতন কৰি তোলে, তেতিয়াও যদি মুকলি পৰিৱেশ নাপায় তেতিয়া মানুহক মৃত্যুৰ মূখলৈ ঠেলি নিয়ে।
অৰ্থাৎ ব্যক্তিজনে গমেই নাপাব যে তেওঁ মৰাত্মক কাৰ্বন মনক্সাইডৰ চিকাৰ হৈছে।

কিন্তু প্ৰশ্ন হৈছে আমাৰ সকলোৱে ঘৰত ৰন্ধন গেছ আছেই তেন্তে, আমাৰ ঘৰতো এনে মৰাত্মক গেছৰ সৃষ্টি হৈছে নেকি তাক কেনেকৈ জানিম, বা ইয়াৰ পৰা কেনেকৈ বাচিম?

✦✦✦উত্তৰ === ওপৰত উল্লেখ কৰিছোৱেই যে কাৰ্বন মনক্সাইড (CO) সৃষ্টি হয় কাৰ্বনৰ অসম্পূৰ্ণ দহনৰ ফলত অৰ্থাৎ কম পৰিমানৰ অক্সিজেন থাকিলেহে ইয়াৰ সৃষ্টি হব পাৰে।
গতিকে ৰান্ধনি কোঠাত উপযুক্ত বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে, কেতিয়াও বন্ধ কোঠাত গেছ জ্বলাব নালাগে।
কাৰ্বনৰ পূৰ্ণ দহন অৰ্থাৎ পৰ্যাপ্ত অক্সিজেনৰ উপস্থিতিত ৰন্ধন গেছৰ দহন হলে বাৰ্ণাৰৰ পৰা নীলাৰঙৰ জুই ওলাই ( চিত্ৰ এক)., আৰু ৰন্ধন গেছৰ কাৰ্বনৰ অসম্পূৰ্ণ দহন হলে বাৰ্ণাৰৰ পৰা হালধীয়া /কমলা ৰঙৰ জুই শিখা ওলাব(চিত্ৰ দুই) । তেতিয়াই বুজিব লাগিব যে আপোনাৰ ৰন্ধন গেছৰ পূৰ্ণ দহন হোৱা নায়। ততালিকে কোঠাৰ বায়ু চলাচলৰ ব্যৱস্থা কৰক, লগতে বাৰ্ণাৰৰ কানেকচন আদিৰ পৰীক্ষা কৰাওক।

( চেয়াৰ কৰক, যাতে সকলোৱে বুজি পায়আৰু সাৱধান হব পাৰে আৰু যদি আপোনাৰ ঘৰৰ গেছ ভাল কৰিব লাগে তেনে কল কৰক এই নম্বৰত- 8638339414)

Good evening friends
02/02/2026

Good evening friends

Good night everyone 🥱
11/01/2026

Good night everyone 🥱

Shout out to my newest followers! Excited to have you onboard! Hariom Rajput, Mukesh Kumar
27/08/2025

Shout out to my newest followers! Excited to have you onboard! Hariom Rajput, Mukesh Kumar

Nutriglow facial kit
27/08/2025

Nutriglow facial kit

20/08/2025
Call this number👉 086383 39414 Repair & Servicing this type of  Commercial gas stove.
01/03/2025

Call this number👉
086383 39414 Repair & Servicing this type of Commercial gas stove.

Bharati store ৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
14/01/2025

Bharati store ৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

22/12/2024
Celebrating my 7th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉
31/10/2024

Celebrating my 7th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

Address

Tangla
784521

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 9am - 9pm

Telephone

+918638339414

Website

Alerts

Be the first to know and let us send you an email when Beauty fairness & Beauty Purlur and salon products posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share